Hair care: চুলিত বেচন লগালে উপকাৰ হয় । কি কি হয় জানক

 Hair care: চুলিত বেচন লগালে উপকাৰ হয় । কি কি হয় জানক


বেচনৰ বিষয়ে সকলোৱে জানে ; কিন্তু বেচনৰ ব্যৱহাৰ যে চুলিতো কৰিব পাৰি সেই কথা কম মানুহেহে জানে ; চেম্পুৰ সলনি সপ্তাহত দুবাৰকৈ বেচনৰ কিছু পৰিমান পানীৰ সৈতে মিহলি কৰি চুলিত ঘহিব লাগে । তাৰ পিছত ১ ঘন্টাৰ পিছত মুৰটো ধুই দিব লাগে । এনে কৰিলে চুলি মজবুত ,পিছল আৰু দীঘল হোৱাটো নিশ্চিত ।
x
ঘন আৰু সুন্দৰ মজবুত চুলি পাবলে সকলো ছোৱালীয়ে নানান ধৰণৰ চেম্পু ব্যৱহাৰ কৰে । কিন্তু এইবোৰ কেৱল বিজ্ঞাপনৰ বাবেহে ; ইয়াৰ পৰা কোনো ধৰনৰ লাভ হোৱাৰ পৰিবৰ্তে গাৱত বেপাৰী আহিলে সৰা চুলি বিক্ৰী কৰা দেখা যায় । কেইবাবাৰো বিভিন্ন ধৰনৰ চেম্পু বা অন্য সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতো চুলি সৰা বৃদ্ধিহে পায় । বা মুৰত সজুৱতি হয়, অনথ্যা ডেনদফ হয় । আয়ুৰবেদত ঘন , দীঘল চুলি পাবলৈ হলে বহুত ধৰনে উপসমৰ বিষয়ে উল্লেখ আছে । আমি সেইবোৰৰ ভিতৰৰে এক সৰু উপায় উল্লেখ কৰিম । বজাৰৰ অন্য চেম্পুৰ পৰিবৰ্তে যদি ঘৰতে কিছু আয়ুৰবেদৰ দৰে ঔষধ তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰো তেন্তে সুফল পাব পাৰি ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.