NHM কৰ্মচাৰীৰ বাবে সুখবৰ দিলে অসম চৰকাৰে : কিন্তু কিমান দুৰ সফল হব

 NHM কৰ্মচাৰীৰ বাবে সুখবৰ দিলে অসম চৰকাৰে : কিন্তু কিমান দুৰ সফল হব

NHM asam


National health mission ৰ অধিনত চাকৰি কৰি থকা সকলো কৰ্মচাৰীক এক আশ্বাস দিলে চৰকাৰে । কেবিনেটৰ সিন্ধান্তৰ বাবেই আশাৰ ৰেঙনি দেখিছে কৰ্মচাৰী সকলে ।

Guwahati : NHM (ৰাষ্ট্ৰীয় স্বাস্হ্য মিচন) কৰ্মচাৰী সকলে ৬০ বছৰ বয়সলৈকে কাম কৰাৰ বাবে নুন্যতম বৰ্তমানলৈ ১০ বছৰ অতি কমেও কাম কৰা হব লাগিব । কেবিনেটে এই সিদ্ধান্ত হাতত লৈছে । মন্ত্ৰীমণ্ডলে ইয়াকো সিদ্ধান্ত লৈছে যে NHM বন্ধ হবলৈ যোৱাৰ সময়চোৱাত, ৰাজ্যচৰকাৰে কৰ্মচাৰী সকলৰ দায়িত্ব বহন কৰিব । NHM ৰ কৰ্মচাৰী সকলক এই নিয়মৰ মাজেৰে কোৱা হৈছে যে SSA (সৰ্ব শিক্ষা অভিযান) ৰ কৰ্মচাৰী দ্বাৰা NHM কৰ্মচাৰীৰ বাবে সকলো সুবিধাই প্ৰদান কৰা হ'ব । ইয়াৰ উপৰি চৰকাৰী স্থায়ী কৰ্মচাৰীৰ দৰেই দৰমহা বৃদ্ধি হ'ব । তাৰোপৰি চৰকাৰী বন্ধৰ ছুটি লাভ কৰিব পাৰিব বুলি জনাই অসমৰ কেবিনেটে । এইয়া সুবিধা বহু বছৰৰ পৰাই বিচাৰি আছিল কৰ্মচাৰী সকলে । কিন্তু এই সুবিধা কেতিয়া কাৰ্যকৰী হয় সেয়া আগন্তুক দিনতহে প্ৰমাণ পোৱা যাব । ২০২১ ৰ নিৰ্বাচনৰ ব্যতৰনি পাৰ কৰিবৰ বাবেই আশা দিছে নেকি NHM কৰ্মচাৰীক । 

আৰু পঢ়ক

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.