ATM ব্যৱহাৰ কৰাৰ আগতেই জানি লওক এই নতুন নিয়ম ।
নতুন নিয়ম অনুসৰি , এতিয়াৰে পৰা ATM ত প্ৰতিটো ভুলৰ বাবে বেংকে দায়িত্ব লব । গতিকে ATM ৰ পৰা টকা উলিয়াওতে জমাধন কিমান আছে নিৰিক্ষিন কৰক । যদি আপুনি SBI (STATE BANK OF INDIA) ৰ গ্ৰাহক হয় তেন্তে প্ৰতিটো ভুলৰ বাবে আপুনি ২০ টকা GST ভৰিব লাগিব । অন্যহাতে এই তুলনাত অন্য বেংকৰ GST ত কৈ SBI ৰ কিছু কম ।
তথ্য অনুসৰি , অপৰ্যাপ্ত Balance ৰখাৰ বাবে প্ৰতিটো অসফল ATM লেনদেনৰ বাবে HDFC bank, Axix Bank , Kotak mahinda bank, Yes Bank,আৰু ICICI Bank য়ে ২৫ টকাৰ GST লয় ।
অধিকাংশ বেংকেই Account statementৰ খবৰ দিবলৈ SMS alert আৰু call কৰাৰ সুবিধা প্ৰদান কৰে । যাৰ সহায়ত ATM ত লেনদেন কৰিলে আপোনালৈ SMS যোগেদি খবৰ আহে । ইয়াৰ উপৰিও আপুনি UPI app সমুহো ব্যৱহাৰ কৰি ইয়াৰ তথ্য পাব পাৰে । অন্যহাতে ATM মেচিনতো Last trantaction ৰ সকলো তথ্য লাভ কৰে । মন দিব লগা কথা এই যে অন্য বেংক সমূহে জমাধন চাবলৈয়ো GST কাটে । ইয়াৰ উপৰিও দিনটোত বেংকে ৫ ৰপৰা ৮ বাৰলৈ ATM লেনদেনৰ সুবিধা দিয়ে । ইয়াৰ ভিতৰত Pin change, mini statement, balance chack ইত্যাদিও সোমাই আছে । গতিকে GST ৰ পৰা বাচিবলৈ হলে অধিকতম লেনদেনৰ পৰা দুৰত থাকক । নহলে নিজৰ সাচতিয়া ধন কেইটাও GST নামত নাইকিয়া হৈ যাব ।