এক গুৰুত্বপূৰ্ণ খবৰ। ডাকঘৰত আপোনাৰ একাউণ্ট আছে যদি আপোনাৰ বাবে এটা অতি দু-খবৰ । ডাক সেয়াই এই এটা নতুন নিয়ম মুকলি কৰি ডাক ঘৰত একাউণ্ট থকা গ্ৰাহক সকললৈ আনিছে অতি দু খবৰ । কোটি কোটি জনতাৰ আশাৰ ডাকঘৰত এতিয়া নাই কোনো আশাৰ ৰেঙনি । ডাক সেয়াই এই নিয়ম তেওঁলোকৰ কিছু সুবিধা লৈ লক্ষ্য ৰাখি মুকলি কৰিচে । সাধাৰণ জনতাই ডাক ঘৰত যি সুবিধা পাই আছিলে এতিয়াৰ পৰা আৰু সেই সুবিধা লাভ কৰিব নোৱাৰিব । শুকুৰবাৰে ভাৰতীয় ডাকসেৱাই দিলে বিশেষ খবৰ। ডাকঘৰত একাউন্ট থকাসকলৰ বাবে বিশেষ নিৰ্দেশনা দিলে ডাকসেৱাই। একাউন্ক হ'ল্ডাৰে একাউন্টত নূন্যতম ৫০০ টকা ৰাখিব লাগিব। চলিত মহৰ ১১ তাৰিখৰ এই নিয়ম প্ৰযোজ্য কৰা হৈছে ।
ডাকঘৰত আপোনাৰ একাউণ্ট আছে যদি আপোনাৰ বাবে এটা অতি দু-খবৰ
0