বিক্ৰী কৰা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়।

 

PM Modi's Varanasi office put on sale on OLX for Rs 7.5 crore,

বিক্ৰী কৰা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়। আপুনি হয়তো আচৰিত হৈছে। আচৰিত হোৱাৰেই কথা। কিন্তু শুকুৰবাৰে জনপ্ৰিয় অনলাইন শ্বপিং ৱেবছাইট OLXত বিজ্ঞাপন দিয়া হ’ল প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসীত থকা কাৰ্যালয়টো ৭কোটি ৫০ লাখ টকাত বিক্ৰী কৰা হ'ব বুলি । ৪ কোঠা আৰু ৪ টা গাধোৱা ঘৰৰ সৈতে বিক্ৰী কৰা হ'ব কাৰ্যালয়টো । কিন্তু Online site OLX ত এই বিজ্ঞাপন দিয়া নাছিল প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা । আহমেদাবাদৰ আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত চাৰিজন লোকক আতক কৰিবলৈ সক্ষম হৈছে । 

PM Modi's Varanasi office put on sale on OLX for Rs 7.5 crore,


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.