" এক বিশেষ খবৰ : Amazon help India : Iphone চুৰি হ'ল : চুৰি হ'ল Diamond earring : Times Guwahati

এক বিশেষ খবৰ : Amazon help India : Iphone চুৰি হ'ল : চুৰি হ'ল Diamond earring : Times Guwahati

এক বিশেষ খবৰ : Amazon help India : Iphone চুৰি হ'ল : চুৰি হ'ল Diamond earring : Times Guwahati

 

১। এক বিশেষ খবৰ। এতিয়াৰপৰা আপুনি বহুমূলীয়া পাথৰ, ৰত্ন, গহনা আদি বিশ্বৰ যিকোনো ঠাইলৈ সহজতে ৰপ্তানি কৰিব পাৰিব। Central Board of Direct Taxes and Custom য়ে এই সন্দৰ্ভত এখন চাৰ্কুলাৰ প্ৰকাশ কৰিছে।এই চাৰ্কুলাৰৰ নিয়ম অনুসৰি কুৰিয়াৰ চাৰ্ভিচৰ যোগেদিয়েই এই ৰত্ন, বহূমূলীয়া পাথৰ, গহনা আদিবোৰ বিশ্বৰ যিকোনো প্ৰান্তলৈ পাৰিব।

২।এক সুখবৰ।এই বিশেষ সুখবৰ আহিছে Amazon Web Service ৰপৰা। AWS য়ে আগবাঢ়ি আহিছে দেশখনক সহায়ৰ হাত আগবঢ়াবলৈ। ই দেশখনৰ space sector ক multi-billion - dollar ৰ এক দিয়াৰ অৰ্থে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

৩।এক সকাহপূৰ্ণ খবৰ।কৰোনাৰ সংকটে দেশৰ অৰ্থনীতিত গভীৰ আঘাত কৰাৰ সময়তে নিৰ্মলা সীতাৰমণে দিলে এক সুখবৰ।খবৰ অনুসৰি এইমাহৰপৰা গ্ৰাহকৰ একাউন্টত ৬ কোটি গ্ৰাহকে PF ৰ জমাধনৰ ৮.৫ %সূত লাভ কৰিব।

৪।আৰু এক সুখবৰ।অসমীয়া ভাষালৈ আহিছে এক নতুন চিন্তাৰ ঢল।যোৱা ১২ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত এক বিশেষ পদক্ষেপ। ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত বঙালী ভাষাৰ টান মুঠিৰপৰা অসমীয়া ভাষাক উদ্ধাৰৰ অৰ্থে American missionary ৰ লগত ১৯ শতিকাৰ দ্বিতীয় ভাগৰ আধুনিক অসমীয়া সাহিত্যৰ বিকাশৰ ওপৰত বিশেষ আলোচনা হয়।

৫।এক আচৰ্যকৰ খবৰ।অৰুণাচল প্ৰদেশৰ সীমাৰে ধুবুৰীৰপৰা শদিয়ালৈ ২১ দিন খোজকাঢ়ি যাত্ৰা কৰিব পাথশালাৰ যুৱকে।মানুহৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ পাথশালাৰ খনিন ৰয়ে ৭  ডিচেম্বৰত এই যাত্ৰা আৰম্ভ কৰিলে।তেও মুঠ ৯০০ কিলোমিটাৰ পথ খোজকাঢ়িব।

৬।এক গুৰুত্বপূৰ্ণ খবৰ। Microsoft co-founder বিল গেইটছে দিলে এক বিশেষ বাৰ্তা বিশ্ববাসীক।এই বাৰ্তাই সৃষ্টি কৰিলে এক সকিয়নিৰ লগতে সচেতনতাৰ ঢৌ।তেও কোৱাৰ দৰে অহা চাৰি মাহ।বা ছমাহত কৰোনাই ল'ব আটাইতকৈ বেয়া ৰূপ।

৭।এক আচৰ্যকৰ খবৰ। বাংগালুৰুৰ এক ভয়ংকৰ তথ্য।Wistron Kolar Plant ত যোৱা শনিবাৰে হোৱা হিংসাত্মক কাৰ্যৰ পাছতে এক বৃহৎ ক্ষতি কোম্পানীৰ যি  সকলোকে আচম্বিত কৰিছে।কোম্পানীটোৰপৰা প্ৰায় ৪৩৭ কোটি টকা মূল্যৰ হাজাৰ হাজাৰ আই ফোন চুৰি হয়।এই চুৰি কাৰ্যৰ খবৰ চৌদিশে বিয়পি মানুহৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছে।

৮।আৰু এক।বিশেষ খবৰ।কৰোনাই গভীৰ আঘাত সৃষ্টি কৰিলে হিন্দী ভাষাত।কৰোনাৰ সংকট কালৰ বাবেই মেলবৰ্নৰ La Trobe University ত একেৰাহে তিনিদশক ধৰি চলি অহা হিন্দী বিভাগটো বন্ধ।হোৱাৰ পথত।

৯।এক দুখবৰ।এই খবৰ বলিউদৰ।বলিউদৰ জনপ্ৰিয় তাৰকা অভিনেত্ৰীৰ এক বিশেষ খবৰ।একেৰাহে তেও পীন্ধি থকা এযোৰ হীৰাৰ কাণফুলি হঠাতে হেৰায়।এই হীৰাৰ কাণফুলি মুম্বাই এয়াৰপোৰ্টত হেৰায়।অসহায় অভিনেত্ৰীগৰাকীয়ে টুইটাৰ যোগে সহায় বিচাৰিছে।

১০।শেষ খবৰ।এক শেষ সুখবৰ।দেশখনৰ এক সকাহপূৰ্ণ খবৰ।দেশখনত যোৱা দেওবাৰলৈকে ৯৩,৮৮,১৫৯ জন কৰোনাৰোগীয়ে আৰোগ্য লাভ কৰিছে।আৰু উক্ত দিনটোলৈকে ১৫,৪৫,৬৬,৯৯০টা চেম্পুলৰ পৰীক্ষা সম্পন্ন কৰা হয়।

Post a Comment

Previous Post Next Post

People Like