Jio আৰু Airtel এক হৈ বজাৰ ভাগ বতৰা , ভ'ডাফোনৰ আৰু আইডিয়াৰ RMS হেৰুওৱাৰ সম্ভাৱনা আছে ।
IIFL Security ৰ নতুন report ৰ তৰফৰ পৰা ইংগিত পোৱা মতে মূল্য বৃদ্ধি হোৱাটো সম্ভৱ নহয় , তাৰ পৰিৱৰ্তে ১২ মাহৰ ভিতৰত মূল্য বৃদ্ধি হোৱাৰ হে সম্ভাৱনা অধিক Jio আৰু Airtel ৰ ।
IIFL Security ৰ এটা report ৰ মতে কোৱা হৈছে যে Jio আৰু Bharti Airtel য়ে বজাৰ ভাগ বতৰা অতি মজবুত কৰি গৈ আছে , ঘৰুৱা Telecom কোম্পানী অধিক শক্তিশালী হৈ গৈ আছে , যাৰ ফলত ভ'ডাফোনৰ বজাৰ হেৰুওৱাৰ অধিক সম্ভাৱনা আছে।
IIFL Security ৰ নতুন report ৰ মতেও মূল্য বৃদ্ধি কৰাটো এটা তৎকালীন পদক্ষেপ নহয় কিন্তু সম্ভৱতঃ ১২ ৰ পৰা ১৮ মহৰ ভিতৰত মূল্য বৃদ্ধিৰ অধিক সম্ভাৱনা আছে ।
JIO অহাৰ পিছৰ পৰা অন্য উদ্যোগ বোৰত যি পৰিণতিৰ সৃষ্টি হৈছে , তাৰ বাবে বজাৰ খনত বিভিন্ন ধৰণৰ পৰিবৰ্তন হৈছে । অন্যান্য কোম্পানী সমূহে বিভিন্ন লোকচানৰ সন্মুখীন হব লগীয়া হৈছে কেৱল দুটা খেলুৱৈৰ কাৰণে , এটা হৈছে JIO আৰু আনটো হৈছে Bharti with Vi ( Vodafone , Idea ) । report ত কোৱা অনুযায়ী ইয়াত আৰ্থিক ৰূপত সংঘৰ্ষ কৰা হৈছে।
IIFL Security য়ে ভ'ডা আৰু আইডিয়াৰ বিভিন্ন ক্ষেত্ৰৰ কাৰণত তৎকালীন RMS লোকচান দেখিবলৈ পাইছে । Report ৰ মতে airtel হৈছে সু প্ৰতিষ্ঠিত এটা উদ্যোগ , কাৰণ ইয়াৰ বজাৰ , ভাগ বতৰা আদিলৈ লক্ষ্য কৰি এই কথা স্পষ্টিকৰণ কৰা হৈছে । IIFL Security এ আশা কৰে যে ভাৰতীয় মবাইলৰ revenue market share ত ৩ বছৰত ৩৩ শতাংশৰ পৰা ৩৭ শতাংশ হৈ যাব। ভাৰতৰ Non Mobile আৰু আফ্ৰিকাৰ ব্যৱসায় অধিক মজবুত হৈ আছে ।
IIFL Security য়ে Jio ৰ market revenue share ৩৮ শতাংশ , Vodafone Idea ৰ share ২২ শতাংশ , আৰু ভাৰাত সঞ্চাৰ নিগম লিমিটেড ৰ ৭ শতাংশ হয় । এইয়াই ১২ r পৰা ১৮ মাহৰ ভিতৰত মূল্য বিদ্ধিৰো সংকেত দিয়ে । ইয়াত কোৱা হৈছে যে Jio এ নিজৰ উদ্যোগৰ মূল্য ৪ বছৰ লৈকে অতি ধুনীয়া স্তৰ লৈকে বঢ়াই দিছিল , কিন্তু Jio-Google ৰ স্মাৰ্টফোন মুকলি হোৱাৰ পিছত মূল্যৰ বিভিন্ন ধৰণৰ সলনি হল ।
মুঠতে , ১০ বছৰ পূৰ্বে নিজৰ আধাতকৈ কম স্তৰত থাকি যোৱা টেলিকম পিছত বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে । উদ্যোগ টোৱে পিছৰ ১০ বছৰত মুঠতে ৩.৬ ট্ৰিলিয়ন টকা নিজৰ কামত লগাইছে ।
Report ত কোৱা অনুযায়ী ভবিষ্যতে হব লগীয়া নিলামত অধিক সংখ্যক ধন দিয়া আৰু কম সংখ্যক ধন দিয়া উপলব্ধিৰ ওপৰত নিৰ্ভৰ কৰি আৰ্থিক ক্ষমতাত ভাৰতীয় সকলৰ উন্নতি সাধন হব ।