কৰোনাৰ প্ৰতিষেধক ললে মহিলাৰো দাড়ী গজিব পাৰে

 কৰোনাৰ প্ৰতিষেধক ললে মহিলাৰো দাড়ী গজিব পাৰে

 

Jair Messias Bolsonaro

ফাইজাৰ কোম্পানীৰ কৰোনা প্ৰতিষেধকক লৈ সৰব হ'ল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি Jair Messias Bolsonaro ; ৰাষ্ট্ৰপতি জনে কয় যে ফাইজাৰৰ প্ৰতিষেধক ব্যৱহাৰ কৰি যদি কোনোবা মানুহ যদি ঘৰিয়াললৈ ৰূপান্তৰ হয়, মহিলাৰ দাঙী গজে, অথবা কোনো লোকৰ কণ্ঠ মহিলাৰ দৰে হৈ পৰে তেন্তে ফাইজাৰৰ কৰিব লগা একো নাই। কৰোনাৰ প্ৰতিষেধকৰ এনে পাৰ্শ্বক্ৰিয়াৰ বাবে ফাইজাৰ দায়ী নহব । ফাইজাৰৰে হোৱা চুক্তিত Vaccine নিৰ্মাতা কোম্পানীৱে সেই কথা স্পষ্টভাৱে উল্লেখ কৰিলে । এনে ভুলৰ বাবে এতিয়া কেৱল দায়ী কোম্পানী তাৰ বাবে দায়ী নহয় ৰাষ্ট্ৰপতি । এই চৰ্তৰ বাবেও কেতিয়াৰ Vaccine নলয় ৰাষ্ট্ৰপতি গৰাকীয়ে । ইয়াৰ উপৰি ৰাষ্ট্ৰপতি গৰাকী কৰোনাক কৈ আগৰে পৰাই সংকিন আছিল । কোনো কাৰনতেই কৰোনা বুলি কোনো বেমাৰ আছে বুলি দৃঢ় নাছিল । সন্দেহবাদী আছিল ৰাষ্ট্ৰপতি Jair Messias Bolsonaro । যাৰ বাবে তেওঁ কৰোনাৰ ভেকচিন ব্যৱহাৰ কৰিলে সকলো মহিলাৰে দাড়ী গজাটো খাটাং বুলি উল্লেখ কৰিলে ৰাষ্ট্ৰপতি Jair Messias Bolsonaro য়ে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.