সকলোৰে বাবে সু-খবৰ
বড়ো ভাষাক সহযোগী ভাষা স্বীকৃতিৰ কেবিনেট সিদ্ধান্ত
কোঁচ ৰাজবংশী , মৰাণ - মটকৰ অন্তৰ্ৱতীকালীন পৰিষদ গঠনৰ অনুমোদন ।
কোকৰাঝাৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজক চৰকাৰী স্বীকৃতি ।
চৰকাৰী পথ নিৰ্মাণৰ ক্ষেত্ৰত মাটি অধিগ্ৰহণৰ সৰল প্ৰক্ৰিয়া
গৰাকীৰ পৰা বিভাগে পোনপটীয়াকৈ ক্ৰয় কৰিব পাৰিব মাটি
অসম মালা আঁচনিৰ সকলো পথ বহলৰ ব্যৱস্থা ।
সমাজ কল্যাণ বিভাগত দুটাকৈ সঞ্চালকালয়ৰ ব্যৱস্থা
NHM ৰ কৰ্মচাৰীক ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সমানে সা-সুবিধা
৬০ বছৰলৈ বৃদ্ধি পালে NHM ৰ কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল
কেবিনেট বৈঠকৰ অন্তত গুৰুতত্বপূৰ্ন সিদ্ধান্ত জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।