" আজিৰ দিনটোৰ বিশেষ খবৰ amazon flipkart ৰ দিন বেয়া হ'ল : MI ৰ ভুৱা সামগ্ৰী জব্দ : পাকিস্তানৰ ষড়যন্ত্ৰ : Comedian Bharti Singh arrested :Voter id:Gold price

আজিৰ দিনটোৰ বিশেষ খবৰ amazon flipkart ৰ দিন বেয়া হ'ল : MI ৰ ভুৱা সামগ্ৰী জব্দ : পাকিস্তানৰ ষড়যন্ত্ৰ : Comedian Bharti Singh arrested :Voter id:Gold price

breaking news of Times Guwahati

 

১। এক সুখবৰ।জৈৱবৈচিত্ৰৰ এক নতুন ৰূপে স্পৰ্শ কৰিলে হাইলাকান্দিত।জৈৱবৈচিত্ৰময়ী অসমত জিলিকিল Biodiversity Park, হাইলাকান্দিৰ এই উদ্যানখনত চহকী হৈ থাকিব ঔষধী গছৰ গধূৰতা যি সুস্বাস্থৰ বাৰ্তা সকলোকে দিব।এই উদ্যান উদ্বোধন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ই। ২১ নবেম্বৰত উদ্বোধন হোৱা হাইলাকান্দি জিলাৰ লালাচেৰাৰ এই উদ্যানখনত অসম চৰকাৰে জৈৱবৈচিত্ৰ সংৰক্ষণৰ অৰ্থে বহুতো পদক্ষেপ লৈছে বুলি জানিব পৰা গৈছে।

২।এইবাৰ মূখাপিন্ধা আলীৰ বিপদ।২৩ নবেম্বৰতে বেচেৰাৰ মূখা খুলিলে ৰেইলৱেই বিভাগে।বৰপেটা ষ্টে'শ্যনতে ৰেইলৱেই আৰক্ষীয়ে টীকত নিৰিক্ষণ কৰোতে ফুলচান আলিৰ পকেটৰপৰা এখন ভূৱা আৰ পি এফৰ ক্ৰাইম ব্ৰাঞ্চৰ এছ আই লিখা থকা কাৰ্ড ওলিয়ায়।লগেলগে ফুলচানক আৰক্ষীয়ে আটক কৰে। জানিবপৰা মতে যুৱকজন ধুবুৰী জিলাৰ বাসিন্দা।

৩।এক বিশেষ খবৰ।ভূৱা ছাউমীৰ আহিলা বিক্ৰী হ'ল চেন্নাই আৰু বাংগালুৰুত।এটা সাতজনীয়া দলে এই দুষ্কাৰ্য সংঘটিত কৰে। হেডফোন, পাৱাৰবেংক, চাৰ্জাৰ, মোবাইলফোন আদিকে ধৰি প্ৰায় ৩৩.৩ লাখ মূল্যৰ সামগ্ৰী দলটোৰপৰা আৰক্ষীয়ে জব্দ কৰে। তেনে ভূৱা সামগ্ৰী বিক্ৰী কৰাৰ বাবে দলটোক আৰক্ষীয়ে আটক কৰে।



৪। এক উত্তেজনাপূৰ্ণ খবৰ।দক্ষিণপশ্চিম চীনত ব্ৰিটিচ ৰাষ্ট্ৰদূটৰ সাহকিতা।যোৱা ১৪ নবেম্বৰত চীনত এগৰাকী মহিলা চংপিংৰ উপকণ্ঠ অঞ্চলৰ এখন গাৱত এটা নিজৰাত পৰিছিল। ৬১ বছৰীয়া ৰাষ্ট্ৰদূত ষ্টিফেন এলিয্নে জোতা খুলিয়ে পিন্ধি থকা পোচাকেৰেই নিজৰাটোত জপিয়াই মহিলাগৰাকীক উদ্ধাৰ কৰে।এতিয়া ষ্টিফেনক চীনৰ ইন্টাৰনেটত ভূয়সী প্ৰসংশা।

৫।পাকিস্তানৰ ষড়যন্ত্ৰৰ বৃদ্ধিৰ এক ঢৌ দখা গ'ল আকাশমাৰ্গত যোৱা দেওবাৰে। ষড়যন্ত্ৰৰ সেয়া আখৰা ডোনেৰে।পুন্চি জিলাৰ মেন্ধাৰত Line Of Control ৰ সমীপত। সেনাৰ অনুসন্ধানত এই ক'লা ছবি পোহৰলৈ আহে।

৬।এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ FDI আৰু FEMA ৰ নিয়ম ভংগ কৰাৰ অভিযোগ e-commerce major Amazon আৰু  Flipkart বিৰুদ্ধে।ইয়াৰ বিৰুদ্ধে এক ব্যৱস্থা ল'বলৈ Confederation Of All India Traders য়ে লিখিলে Department For Promotion Of Industry and Internal Tradeলৈ।

৭।কমেডি কুইন ভাৰতী সিংহৰ ঘৰৰপৰা গাঞ্জা উদ্ধাৰৰ পাচতেই ভাৰতীক গ্ৰৈপ্তাৰ কৰা হৈছিল আৰু শেষত স্বামী হৰ্ষ ও গ্ৰেপ্তাৰ হৈছিল।যোৱা সোমবাৰে এনডিপিএচৰ বিশেষ আদালতে দুয়োৰে জামিন মঞ্জুৰ কৰে।

৮।এক সুখবৰ।খচৰা ভোটাৰ তালিকা প্ৰকাশ পালে।১৫ ডিচেম্বৰলৈকে আপুনি আবেদন পত্ৰ দাখিল কৰিব পাৰিব।শুধৰণি কৰিবৰ বাবে আৰু অধিক তথ্যৰ বাবে চাওক www.ceoassam.n ice.in আৰু www.nvsp.in

৯।এক ডাঙৰ খবৰ।পিছে ই এক সুখবৰ।সেয়া সোণৰ খবৰ।যদি নতুন বছৰত কৰোনাৰ ভেকচিনৰ আগমন ঘটে, সোণৰ দামে আপোনাক কৰিব সোণ কিনিবলৈ মতলীয়া ।কাৰণ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৫,০০০টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা।

১০।অতিকৈ সুখবৰ।অক্সফোৰ্ডে এৰিব কৰোনা ভেক্চিন নৱবৰ্ষত।দুটা পালিৰ সৰ্বোচ্চ দাম হ'ব প্ৰায় ১০০০ টকা।ফেব্ৰুৱাৰীৰ ভিতৰত স্বাস্থ্যকৰ্মী আৰু বয়সীয়ালসকলে পাব এই ভেক্চিন আৰু এপ্ৰিল মাহৰ ভিতৰত পাব সকলোৱে।

Post a Comment

Previous Post Next Post

People Like