১।অসমৰ শিক্ষাৰ বৰপথাৰখনত এক নতুন সেউজীয়া ৰূপ।অসমৰ চাহ বাগিছা অঞ্চলত শিক্ষাৰ উজ্জ্বল শিখাৰ চাকি জ্বলোৱাৰ উদ্দ্যেশ্যে ১১৯ খন হাইস্কুলৰ আধাৰ শিলা স্থাপন কৰা হয়।উল্লেখ্য যে ডুমডুমাৰ চাহ বাগিছা অঞ্চলত ৬ খনকৈ হাইস্কুলৰ আধাৰশিলা স্থাপন কৰা হয়। ১,১৯,৭৫০০০ টকাৰে সকলো সাসুবিধাৰে বিদ্যালয়কেইখন নিৰ্মিত হ'ব।
২।আপুনি কৰোনাক লৈ কিমান সচেতন? এজন ব্যক্তিৰ সচেতনতাই আপোনাক এক বিশেষ বাৰ্তা দিব।সেইজন হ'ল বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান।কোনোবা কৰোনাৰোগীৰ সংস্পৰ্শলৈ অহিলে তেওৰ কৰোনাৰ লক্ষণে দেখা নিদিলেও তেওঁ quarantine হৈ থাকে।
৩। যোৱা শনিবাৰে মিজোৰামৰ এজনী বছৰীয়া কণমানি ছোৱালীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্তৰ চুবলৈ সক্ষম হয়।কণমানি Esther Hnamte য়ে বন্দে মাতৰম গীতটি গাই মোডীক বিশেষ অনুভৱত বুৰায়।কণমানিজনীক প্ৰধানমন্ত্ৰীজনাই adorable and admirable বুলি প্ৰসংশা কৰে।
৪। ২ নবেম্বৰৰ প্ৰায় ৬.৫৪ বজাত জম্মুকাশ্মীৰৰ হানলেত ভূমিকম্পৰ ভয়বহতা।ভুমিকম্প ই জোকাৰিলে তীব্ৰ আঘাতেৰে।হানলেৰ উত্তৰপশ্চিমত ৩.৫ ৰিখতাৰ স্কেলত ভুভিকম্প ই ঠাইখন জোকাৰে।
৪।শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ প্ৰসংশনীয় চিন্তা।দেশখনৰ স্থাপত্যসকল আৰু সন্তসকলৰপৰা ৰামমন্দিৰৰ নিৰ্মাৰ্থে সুপৰামৰ্শ বিচাৰিছে।ন্যাসৰ।সিদ্ধান্তমৰ্মে Tata Consulting Engineers Limited য়ে project management consultant হিচাপে কাম কৰিব।
৫। এইবাৰ কইনাৰ অদ্ভূত কাণ্ড। সকলোকে পগলা কৰিলে।এক প্ৰথা বহিৰ্ভূত নতুন ৰূপ ক ইনাৰ।এজনী ব্লাউজ নিপিন্ধা ক ইনা।হয়,চৈতালী পাটিল নামৰ এজনী ক ইনাই বিয়াত ব্লাউজ নিপিন্ধি দেহৰ উৰ্ধভাগত মেহেন্দিৰে ব্লাউজৰ ৰূপ দিলে।
৬।যোৱা শুক্ৰবাৰে ডিব্ৰুগড় চহৰত সৰ্বানন্দ সোনোৱালৰ বিশেষ পদক্ষেপ।অনুমোদনো দিলে ১.৫কোটি টকা।পিছে কিহৰ বাবে?চহৰখনত Dibrugorh Municipality Board য়ে Urban Development Department ৰ আচনিৰ অধীনত ৩০ টাকৈ High Mast LED Light স্থাপন কৰে যাৰ বাবে চৰকৰে ১.৫ কোটি টকাৰ অনুমোদন জনায়। শুক্ৰবাৰে সোনোৱাল ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰে।
৭।অসমৰ বানৰ বিৰুদ্ধে যুজ দিব এজন ব্যক্তিয়ে।তেও যুজ দিব ভিন্ন পদ্ধতিৰে।সেই ব্যক্তিজন হৈছে ৰমেশ কুমাৰ ডেকা।ডেকাই বানৰ সমস্যাক সমাধান কৰিবলৈ multi-purpose flood mitigation proposal ৰে আগবাঢ়ি আহিছে।তেও পেছাত তৈল অভিযন্তা।
৮।মৰুভূমিসদৃশ হৃদয় পিতৃমাতৃৰ।সিহতৰ হৃদয় শিলাময়।২৫ অক্টোবৰত উত্তৰপ্ৰদেশৰ প্ৰতাপগড়ত অবিবাহিত কণ্যাক পিতৃমাতৃয়ে চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰে।অবিবাহিত ২০ বছৰীয়া অন্ত:সত্বা জীয়ৰীক সন্মান হানি হোৱাৰ ভয়তেই এনে ঘটনা পিতৃ-মাতৃয়ে কৰে।
৯।২০২১ ৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাবে শিক্ষাৰ্থীলৈ এক সুখবৰ।অসম উচ্চতৰ মাধ্যমিক পৰিষদে প-পত্ৰ পূৰণৰ ব্যৱস্থা অনলাইনৰ যোগেদি কৰিছে। কিন্ত পপত্ৰ পূৰণৰ সময়সীমা ৩০ নবেম্বৰৰ আবেলি ৫ বজালৈকে।
১০।এইবাৰ মেঘালয় ৰাজ্যৰ এক গৌৰব।শাসনৰ উজ্জ্বল পোহৰ ৰাজ্যখনৰ।সৰু ৰাজ্যকেইখনৰ ভিতৰত মেঘালয়ে স্বিকৃতি পালে Second Best Governed State হিচাপে।এই স্বীকৃতি দিয়ে Public Affairs Index য়ে।