ৱাটছএপ ব্যৱহাৰকাৰীলৈ SBI ৰ সকিয়নি !

State bank of India


 ৱাটছএপ ব্যৱহাৰকাৰীলৈ SBI ৰ সকিয়নি !

এঙাৰ ধুলেও বগা নহয়। অসৎলোকৰ অসৎপ্ৰবৃতি কেতিয়াও সৎপ্ৰবৃতিলৈ সলনি নহয়।

ভূৱা lottery scheme আৰু customer gift offer ৰ কূটকৌশলৰ দ্বাৰা প্ৰবঞ্চকে আপোনাক বিপদত পেলোৱাৰ অহৰহ চেষ্টা চলাই আহিছে।সিহতৰ জালত বহু গ্ৰাহক ইতিমধ্যে পৰি বিপদত পৰিছে।সিহতে ক'ল কৰি গ্ৰাহকৰ বেংক একাউন্ট নম্বৰৰ লগতে অন্যান্য তথ্য বিচাৰি গ্ৰাহকৰ টকা চুৰ কৰি নিছে।

এই প্ৰৱঞ্চনাৰ প্ৰতি লক্ষ্য ৰাখি SBI য়ে গ্ৰাহকক সাৱধান হ'বলৈ সকিয়াই দিছে

গ্ৰাহকক WhatsApp message ৰ দ্বাৰাও ঠগাৰ কথা নুই কৰিব নোৱাৰি।

Advisory ৰ মতে cybercriminal সকলে মাত্ৰ এটা ভুলৰ অপেক্ষাত ৰৈ আছে।

অৰ্থাৎ গ্ৰাহকৰ এটা সৰু সুযোগ পালেই সিহতৰ জালত গ্ৰাহক পৰি যাব।

Sbi


পিছে ইয়াৰপৰা ৰক্ষা পোৱাৰ উপায়?

১। SBI য়ে কতিয়াও গ্ৰাহকৰপৰা email বা WhatsApp ৰ যোগেদি কোনোধৰণৰ একাউন্টসম্পৰ্কীয় তথ্য জানিৱ নিবিচাৰে।অৰ্থাৎ এনেধৰণৰ মেছেজক আমি বিশ্বাস কৰাতো উচিত নহয়।

২। lottery scheme বা lucky customer gift নামৰ কোনোধৰণৰ সুযোগৰ কাম SBI য়ে নকৰে।সেয়ে সেইবোৰত ভোল যাব নালাগে।

৩। ATM  PIN বা আন তথ্য নিজৰ লগত ৰাখিব লাগে,সেইবোৰ আনক দিব নালাগে।

sbi rule


৪। URL আৰু official ID টাইপ কৰোতে সচেতন হ'ব লাগে আৰু ভালকৈ check কৰিব লাগে।

৫। Net Banking Account ত password  ব্যৱহাৰ কৰোতে সাৱধান হ'ৱ লাগে।

৬। গ্ৰাহকৰ device আৰু browser   up-to-date হৈ আছেনে নাই তাৰ প্ৰতি গ্ৰাহকে নজৰ ৰাখিব লাগে।

৭। public wi fi ব্যৱহাৰ কৰি log in কৰিব নালাগে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.