পুনৰ নাবালিকাক ধৰ্ষন ৫০ উদ্ধৰ বৃদ্ধৰ : নৰপিশাচৰ কামনাৰ বলি হ'ল এগৰাকী ১৪ বছৰীয়া নাবালিকা

14 year girl raped by 50 years old man


 পুনৰ নাবালিকাক ধৰ্ষন ৫০ উদ্ধৰ বৃদ্ধৰ

নৰপিশাচৰ কামনাৰ বলি হ'ল  এগৰাকী ১৪ বছৰীয়া নাবালিকা


মানৱ সমাজত লজ্জানত কৰা  এটা ঘটনা । এগৰাকী ফুল কুমলিয়া ছোৱালীক এইজন বৃদ্ধই মিঠা মিঠা কথাৰে ৪ মহীয়া অন্তসত্বা কৰিলে নাবালিকা ছোৱালী জনীক । ৪ মাহ পূৰ্বেই সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ পিছত সোমবাৰে ধৰা পৰে ছোৱালী জনী অন্তসত্বা বুলি । আৰু তাৰ পিছত গাৱৰ ৰাইজক জনাই ছোৱালী জনীৰ পৰিয়ালে । তাৰ পিছত সোমবাৰে বহিল ৰাইজমেল । এই জঘন্য কাণ্ড সংঘটিত হ'ল মৰিগাওঁত । মৰিগাওঁ জিলাৰ চৰাইবাহী মেধিগাৱত সংঘটিত হ'ল এই নিকিষ্ট কাণ্ড ।

Rape case morigaon


ধৰ্ষনকাণ্ড সমগ্ৰ কথা গাৱৰ ৰাইজে গম পোৱাত পলাই পতং দিলে অভিযুক্ত নুমল বৰদলৈ । উক্ত ৰাইজমেলতেই নিজৰ জী সমান এগৰাকী নাবালিকাক ধৰ্ষন কৰাৰ কথাও স্বীকাৰ কৰে লম্পত নুমল বৰদলৈইয়ে । ৰাইজে মেল দিয়া শুনি প্ৰথমতে ঘৰৰ পৰা পলাই গৈছিল ধৰ্ষনকাৰী জন । ৰাইজে বিচাৰ শোচাৰ কৰাৰ পিছত ৰাইজৰ সন্মোখত হাজিৰ কৰোৱাত স্বীকাৰ কৰিও পুনৰ ৰাইজৰ মাজৰ পৰাই পলায়ন কৰে লম্পত বৃদ্ধজন । কিন্তু ছোৱালী গৰাকী অভিযোগক অস্বীকাৰ কৰিছে নুমল বৰদলৈয়ে । তেওঁ কোনোধৰনৰ তেনে অপকৰ্ম নাই কৰা বুলি কেমেৰাৰ আগত প্ৰকাশ কৰিছে ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.