গাড়ী insurance কৰে নেকি ? আপুনি লাভ পায় নে ? কোম্পানীয়ে কেনেকৈ লাভ কৰে ?
Insurance company য়ে কেনেকৈ লাভ কৰে কোটি কোটি টকা ?
আপুনি এখন গাড়ী কিনোতে লগত insurance কৰাব লাগে । এখন বাইক কিনোতে ১০০০ ৰ পৰা ৩০০০ টকা ধন insurance ৰ নামত বছৰি ভৰিব লাগে । Car insurance নাথাকিলে আপুনি আইন মতে দণ্ডনীয় হয় । গতিকে চৰকাৰৰ নিয়ম অনুসৰি আপুনি insurance কৰোয়াতো বাধ্যতামুলক ।
প্ৰতি লাখত প্ৰায় ১৫০০ টকাৰ insurance কৰাব লগা হয় ।
ভাৰতত এনে বহু insurance company আছে যিয়ে ভাৰতৰ পৰা কোটি কোটি টকা লৈ গৈ আছে । দেশৰ বহু কোম্পানী কম সময়তেই বহু হাজাৰ কোটিৰ লাভ পাবলৈ সক্ষম হয় ।
দেশৰ ১৩০ কোটি জনতাৰ ৭০ শতাংশ লোকৰে গাড়ী আছে নাইবা অন্য প্ৰতিষ্ঠান বা দোকানৰ insurance কৰোৱা আছে । কিন্তু আপুনি ভাবি আচৰিত হব যে মাত্ৰ ১০ শতাংশ লোকৰ হে insurance claim হয় । অথ্যাৎ কোম্পানিৰ লাভেই লাভ ; কোম্পানিৰ চৰ্ত অনুসৰি কেৱল নিজাববীয়া দুৰ্ঘটনাতহে লাভ কৰে insurance ৰ ধন । কিছু লোকে নিজাকৈ বিভিন্ন পন্থাৰে ধন সৰকাই insurance ৰ ধন । যেনে : - মৰাপাটৰ গোদাম এটাৰ insurance কৰি দুদিন পিছত নিজেই জ্বলাই দিয়ে তাৰ পিছত insurance claim কৰে ।
এনেদৰে company টোৰ Loss হয় । তথাপিও বহু লোকে ইয়াৰ বিষয়ে নাজানে । insurance কেৱল চৰকাৰী চালান কটাৰ পৰা দুৰত থাকিবলৈহে insurance কৰা হয় । কিন্ত নিজৰ ১০ লাখ টকীয়া গাড়ীখন সুৰক্ষিত কৰিবলৈহে আপুনি যে insurance কৰে সৈই কথা পাহৰি যায় ।
লাভ কিমান হয় কোম্পানীৰ ?
বছৰি ৯০ কোটি মানুহৰ insurance আছে ( বস্তু, ঘৰ, জীৱ জন্তু, গাড়ী ) গড় হিচাপত প্ৰতিজনৰ প্ৰায় ৩০০০ টকা । তেন্তে কোম্পানীয়ে বছৰেকত পায় প্ৰায় ২ লাখ ৭০ হাজাৰ কোটি টকা । এই ধন International share market ত প্ৰয়োগ হয় । তাৰ পৰাও উপাৰ্জন কৰে কোম্পানী সমূহে । চৰকাৰক টেক্স আৰু insurance claim কৰোতাক দিব লাগে বছৰি মাত্ৰ ১০ হাজাৰ কোটি টকা । বাকী কোম্পানীৰ লাভ ।