বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শংকৰ দেৱ শিশুনিকেটন শিক্ষক সকলৰ কৰ্মশালা

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শংকৰ দেৱ শিশুনিকেটন শিক্ষক সকলৰ কৰ্মশালা :


 বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শংকৰ দেৱ শিশুনিকেটন শিক্ষক সকলৰ কৰ্মশালা

প্ৰধান আচাৰ্য আনন্দ সূত্ৰধৰৰ তত্ব তত্ববধনত উপস্থাপন হল এই কৰ্মশালা ।এই কৰ্মশালৰ মূল উদ্দেশ্য আছিল ভৱিষ্যত যদি covid 19 ৰ দৰে সমস্যাৰ উদ্ভৱ হয় সেই সময়তও যেন ছাত্ৰ ছাত্ৰীয়ে নিজ ঘৰত থাকিও বৃত্তি মূলক শিক্ষা গ্ৰহণ কৰিব পাৰে । কাৰণ প্ৰধান আচাৰ্য আনন্দ সূত্ৰধৰে কোৱা মতে তেওঁলোকে প্ৰথমে শিক্ষক সকলৰ কৰ্মশালা পাতিছে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰী ৰ অভিবাকৰ কৰ্মশালা অনুষ্ঠিত কৰি তেওঁলোকৰ জৰিয়তে নিজৰ নিজৰ সন্তানক কি দৰে শিক্ষা দান কৰিব পাৰি সেই পন্থা অনুকৰণ কৰিব বুলি মত পোষণ কৰিছে


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.