" ভাৰতৰ দীৰ্ঘতম দলং : আজমল হব মুখ্যমন্ত্ৰী : Petrol pump ত ৮ ডকাইত : অসম গৌৰৱ অধ্যাপিকা:Times Guwahati News

ভাৰতৰ দীৰ্ঘতম দলং : আজমল হব মুখ্যমন্ত্ৰী : Petrol pump ত ৮ ডকাইত : অসম গৌৰৱ অধ্যাপিকা:Times Guwahati News

Daily News


 ১।ভাৰতবৰ্ষৰ বুকুত এক চমক, দীৰ্ঘতম দলংৰ চমক।এই চমকৰ সৃষ্টি হ'ল উত্তৰাখণ্ডত। Tehri Garhwal জিলাত যোৱা দেওবাৰে ৮ নবেম্বৰৰ দিনা ৭৫০ মিটাৰ দৈৰ্ঘৰ ভাৰতৰ দীৰ্ঘতম single lane motorable suspension bridge উত্তৰাখণ্ডৰ মূখ্যমন্ত্ৰী ত্ৰিভেন্দ্ৰ সিংহ ৰাৱাতে উদ্বোধন কৰে।দলংখনে সংযোগ কৰিব প্ৰতাপ নগৰ চহৰত।উদ্বোধনৰ শুভ ক্ষণত উপস্থিত থাকে কেবিনেট মন্ত্ৰী Subodh Uniyal, Dhan Singh Rawat আৰু অন্যান্য।

২। এইবাৰ আজমলৰ আৰু এখোজ ক্ষমতাৰ বাহাদুৰি।মিঞা মিউজিয়ামৰ সপোন পুহাতেই ক্ষান্ত থকা নাই সাংসদগৰাকী।তেওৰ গলা ফুলাই দিয়া মন্তব্য অনুসৰি, তেওৰ দল ক্ষমতালৈ আহিলে শংকৰদেৱ কলাক্ষেত্ৰত দলীয় সভা ১০০ বাৰ পাতিব।

৩।কৰোনাই সকৰোৰে জীৱনযাত্ৰাত প্ৰভাৱ পলোৱাৰ মাজতেই এখন দুৱাৰ ১০ নবেম্বৰত  মেল খালে। সুদীৰ্ঘ সাত মাহৰ মূৰত গুৱাহাটীৰ Regional Science Centre দুৱাৰ পুনৰ মেল খায় ভাৰত চৰকাৰৰ সাংষ্কৃতি মন্ত্ৰালয়ৰ উপদেশ মৰ্মে। চেন্টাৰটো খোলা থাকিব পুৱা চাৰে নবজাৰপৰা আবেলি চাৰেপাচবজালৈ।

https://play.google.com/store/apps/details?id=com.assam.dictionary.lukabhaku

৪।উজ্জ্বলতা নবঢ়াই হালধীয়া ধাতুৱে কলা আবৰণেৰে ঢাকিলে এজনৰ জীৱনৰ মূহুৰ্তবোৰ।মহাৰাষ্ট্ৰৰ Vicky Shanlal Dodeja নামৰ এজন ব্যক্তিৰ পোচাকৰ মাজতেই সোমাই থকা গুৱাহাহাটীৰ এয়াৰপৰ্তত ৪৯৮ গ্ৰাম ওজনৰ তিনিটা সোণৰ বাৰ জব্দ কৰে Central Industrial Security Force য়ে। সোণখিনি প্ৰায় ২৫ লাখ মূল্যৰ।ব্যক্তিজনে গুৱাহাটীৰপৰা মুম্বাইলৈ ৰাওনা হ'ব লগা আছিল IndiGo flight no.6- E-33 ৰে।

৫। দেউতাকৰ ভয়ত ৭ বছৰীয়া পুত্ৰ ই কেতিয়াও ঘৰলৈ উভতি নাহো বুলি মৰিলে।চতিয়াৰ এই সাতবছৰীয়া চাফাৰুদ্দিন প্ৰায় ১৫ দিনৰ আগতেই নিখোজ। সেই দিনটোত সি এটা মোবাইল চাই আছিল যিসময়ত তাৰ দেউতাক আতৰত কামত আছিল।ঘৰৰ মানুহে তাক ভয় খুৱালে যে এবাৰমান তাৰ তেওতাক ঘৰলৈ আহিলে তাক মোবাইল ব্যৱহাৰ কৰাৰ কাৰণে শাস্তি দিব। এই কথাত ভয় খাই সি ঘৰৰপৰা পলাই গ'ল কোনোদিন নাহো বুলি।

৬। অসমীআইৰ সন্তানে কৰিলে অসমীআইৰ বুকু গৌৰবেৰে উমাল। Eastern Himalayan Society For Spermetophyte  Taxonomy য়ে Arun Pandey Medal Award আগবঢ়ালে বিশ্বনাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা Dr Nilofer Seikh লৈ।Dr Seihk য়ে এতিয়ালৈকে সপুষ্পক উদ্ভিদৰ ওপৰত বহুতো পৰীক্ষা চলাইছে।

https://play.google.com/store/apps/details?id=com.assam.dictionary.lukabhaku

৭।এইবাৰ পেট্ৰলপাম্পৰ কৰ্মীক নিৰ্মমভাবে অত্যাচাৰ কৰি  টক নিলে যোৱা বুধবাৰে।বঙাইগাৱৰ পেট্ৰলপাম্পত আবেলি প্ৰায় ৪.৩০ বজাতBarman Auto Agency নামৰ পেট্ৰলপাম্পলৈ  আঠজনীয়া এটা ডকাইতৰ দলে এখন ব'লেৰ'ত আহি নিকুঞ্জ বৰ্মন নামৰ কৰ্মচাৰীজনক সিহতৰ গাড়ীৰ ভিতৰলৈ সুমুৱাই মাৰধৰ কৰি তেওৰ পটেতৰপৰা ৪৭,৫৪৯ টকা কাঢ়ি লয়।একে সময়তে কেইজনমানে watchman ৰ কোঠাটো তলা লগায়।টকাখিনি লোৱাৰ পাছত বৰ্মনক সিহতে বহুদূৰলৈ দলিয়াই দিয়ে।

৮।গোলাঘাটৰ ব্যৱসায়ীৰ মহানুভৱতা।দুজন সুপৰিচিত ব্যৱসায়ী কৈলাশ পডাৰ আৰু ৰিতেছ পডাৰ, দুয়ো গোলাঘাটৰ চান্দমাৰিৰ ১০ নং ৱাৰ্ডত অৱস্থিত অংগনবাড়ী কেন্দ্ৰত উপহাৰ দিয়ে মিঠাইৰ লগতে ষ্টেণ্ডফেন ,এক্সটেনশ্যন ক'ৰ্ডআৰু বাল্ব। যোৱা বুধবাৰে কেন্দ্ৰটোত হোৱা এটা immunization program ত দুয়োজন ব্যৱসায়ীয়ে এই মহানুভৱতাৰ পৰিচয় দিয়ে।এই মহান কাৰ্যৰ বাবে দুয়োকে অংগনবাড়ীৰ বিষয়াসকলে সম্বৰ্ধনা জনায়।

৯।শীতকালত কৰোনাই চলাব বৰ্বৰতা।ই ল'ব কালৰূপ।সকলো হ'ব ই  লাগিব অতিকৈ সাবধান।Indian Council Of Medical Research য়ে বিশেষভায়ে জনসাধাৰনক সকিয়াই দিলে যে, শীতকালত কৰোনাৰ কাৰণে মানুহ অতিকৈ সাৱধান হ'ৱ লাগিব। ICMR ৰ Director, Dr Rajni Kant ৰ মতে, বৰ্তমান কৰোনাক্ৰান্তৰ সংখ্যা স্থিৰ হ'লেও, যিহেতু শীতকালটো ভাইৰাছৰ কাৰণ অতি অনুকুল সেয়ে মানুহ অত্যন্ত সাৱধান হ'ৱ লাগিব।

https://play.google.com/store/apps/details?id=com.assam.dictionary.lukabhaku

Post a Comment

Previous Post Next Post

People Like