চৰকাৰৰ এইবোৰ কামে আপোনাক আচৰিত কৰিব । কৰোনাৰ বিপদৰ সময়ত সকলোকে সহায় কৰিছিল চৰকাৰে কিন্তু পাহৰি গৈছিল যৌন কৰ্মী সকলক । কৰোনাই সৃষ্টি কৰা বিপৰ্যয়ৰ সময়ত চৰকাৰে ল'লে এক বিশেষ ভূমিকা। সকলোৰে অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলোৱাৰ সময়তে চৰকাৰে সহাৰি জনালে যৌনকৰ্মীক। মহাৰাষ্ট্ৰ চৰকাৰে যৌনকৰ্মীৰ কাৰণে ৫১,১৮,০০০০০ অনুমোদন জনাইছে। অকল সেয়াইনে? চৰকাৰে লগতে খাদ্যসামগ্ৰীও যোগান ধৰাৰ কথা ঘোষণা কৰে। অতিশিঘ্ৰেই যৌনকৰ্মীৰ Bank account ত জমা হব এই ধন ।