পৰকীয়া প্ৰেম ধৰা পেলালে গিৰিয়েকে তাৰ পিছত ?

Assam news


আজৱ পৃথিৱীৰ আজৱ কাণ্ড । এইবাৰ চীনৰ মিয়ামিং চহৰত পত্নীৰ খঙৰ প্ৰকোপে জোকাৰিলে সমগ্ৰ চীন আৰু এতিয়া সেই খবৰে সমগ্ৰ বিশ্বতে বিশেষ ৰূপ লৈছে। চহৰখনৰ মহিলাগৰাকীৰ স্বামী পৰকীয়া প্ৰেমত মচগুল হৈ থকাৰ সময়তেই মহিলাগৰাকীয়ে তেওৰ স্বামীক উত্তম মাধ্যম দিয়ে। পিছে মহালাগৰাকীৰ খংৰ প্ৰকোপ ইমান হৈছিল যে তেও স্বামীক বান্ধি এটা সজাত ভৰাই নৈত উটুৱাই দিয়ে।সেই কাৰ্য কৰাত তেওক চাৰিজন লোকে সহায় কৰিছিল।সৌভাগ্যক্ৰমে স্বামী বাচিল মহিলাগৰাকী চাৰিজন লোকৰ সৈতে ৰঙাঘৰৰ আলহী। পৰকীয়া প্ৰেমে জীৱন এনেকৈয়ে ধংস কৰিছে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.