নেট নাই যদি চিন্তা নকৰিব : এতিয়া আপুনি offline টে ব্যৱহাৰ কৰিব পাৰিব google ৰ এইটো App
যদি কাৰোবাৰ নেট বন্ধ হৈ যায় ,কিবা কাৰণত ,তেন্তে এনেকুৱা লাগে যে তেওঁলোকৰ ওচৰত একো কৰিবলৈ যেন একো নাই।এনেকুৱা লাগে যেন ভাবক তেওঁলোকৰ জীৱনৰ পৰা কিবা লৈ লোৱা হৈছে,যি তেওঁৰ বহুত ওচৰত আছে।
যদি কাৰোবাৰ নেট বন্ধ হৈ যায় ,কিবা কাৰণত ,তেন্তে এনেকুবা লাগে যে যেনেকৈ তেওঁলোকৰ ওচৰত একো কৰিবলৈ নায়েই।এনেকুবা লাগে যে ভাবক তেওঁৰ জীৱনৰ পৰা কিবা বস্ত্ত লৈ লোৱা হৈছৈ,যি তেওঁৰ বহুত ওচৰত আছে।তেন্তে আজি আমি আপোনাক কৈ দিও যে বিনা Internet ত আপুনি G-mail ,Google map আৰু Youtube video কেনেকৈ চাব পাৰিব।
G-mail কেনেকৈ ব্যৱহাৰ কৰে
Google য়ে G-mail ত এটা নতুন বস্ত্ত জড়িত কৰিছে ,যাৰ জড়িয়তে আপুনি বিনা Internet তো নিজৰ জৰুৰী আৰু mail axil কৰিব পাৰিব,তেন্তে আজি আমি আপোনাক কৈ দিও যে কেনেকৈ আপুনি এই বস্ত্তটোক activate কৰিব পাৰিব।
প্ৰথমতে আপুনি G-mail account ত log-in কৰক আৰু আকৌ তাৰ settings ত গৈ clik কৰক ।Settings ত আপুনি offline ৰ Option দেখা পাব ,যত আপুনি clik কৰিব লাগে।
যদি আপোনাৰ Chrome Bouncer ত G-mail ৰ offline extension install নহয়,তেন্তে সকলোৰে আগত এতিয়াৰ পৰা extension install কৰক। ইয়াৰ পাছত হে আপুনি এই offline mode ক activate কৰিব পাৰিব।
Offline tabe ত গৈ আপুনি এতিয়া enable offline e-mail option ত clik কৰিব লাগিব।Offline e-mail enable কৰাৰ পাছত আপোনাক কিমান e-mail offline ত লাগে সেইটো বাচিব লাগিব।ইয়াত এইটোও option আছে যে আপুনি কিমান দিন পুৰণি e-mail offline mode ত ৰাখিব বিচাৰিব,ইয়াৰো সিদ্ধান্ত লব লাগিব।
যদি আপুনি বিচাৰে যে log-out কৰাৰ পিছতো e-mail আপোনাৰ system ত download হয়,তেন্তে আপুনি তাকো বিচাৰিব পাৰে। বৰ্তমান সময়ত আপুনি সেৱ change option ত clik কৰি G-mail ৰ offline বস্ত্তটোৰ use কৰিব পাৰিব।
Google map কেনেকৈ ব্যৱহাৰ কৰে
Offline mode ত যদি আপুনি Google মেপ ব্যৱহাৰ কৰিব বিচাৰে ,তেন্তে আপুনি এইটো কৰিব লাগিব ,Internet ৰ পৰা connect থাকোতে google map ত sine -in কৰক
যিটো ঠাইত আপুনি যাব লাগে সেইটোক search কৰক ,বিশেষ ঠাই বা andresh ক search কৰাৰ পিছত download offline map ত tap কৰক।
এনেধৰণে offline map download কৰাৰ পিছত আপুনি internet connection নোহোৱাৰ বা slow হোৱাৰ পৰাও ইয়াৰ ব্যৱহাৰ কৰিব পাৰিব।
এইটোও পঢ়ক:
Youtube কেনেকৈ ব্যৱহাৰ কৰে
Offline বস্ত্তত আপুনি wifi বা data ৰ ব্যৱহাৰ কৰি video বোৰক offline save কৰিব পাৰিব ।ইয়াৰ পাছত internet ৰ বাহিৰেও আপুনি ইয়াক কোনোও time চাব পাৰিব।
জানক ইয়াৰ সম্পূৰ্ণ process
প্ৰথমতে youtube app open কৰক।
wifi বা মবাইল data ৰ জৰিয়তে সেই video ক search কৰক ,যাক আপুনি পিছত চাব বিচাৰিছে। ইয়াৰ পিছত video ৰ তলত দেখা পোৱা offline চুইছ্ ত tap কৰক।
Video quality ক select কৰাৰ পিছত ok ত tap কৰক।
ইয়াৰ পিছত আপুনি ইয়াক চাব পাৰিব।
nice post.. thank you ...love from Latest Assam Career Job
ReplyDelete