" ব্লেডৰ মাজত কিয় এই বিশেষ নক্সা থাকে ,99%লোকে নাজানে , আপুনি জানেনে

ব্লেডৰ মাজত কিয় এই বিশেষ নক্সা থাকে ,99%লোকে নাজানে , আপুনি জানেনে

 ব্লেডৰ মাজত কিয় এই বিশেষ নক্সা থাকে ,99%লোকে  নাজানে , আপুনি জানেনে 

news of Guwahati


Train ৰ পিছত crosh ৰ  চিন ,toothpaste ত তলৰ ফালে লেভেল ,ইয়াত টো সদায় পঢ়া সকলে newspeper ৰ তলত ৰং-বিৰংগী বিন্দুৰ বিষয়ে  বহুতো লোকেই নাজানে,যত নেকি এই বস্ত্তবোৰক সদায় ব্যৱহাৰ কৰে. জানো আপুনি বহুত বুদ্ধিমান হয় কিন্তু কেতিয়াবা-কেতিয়াবা এনেকুৱা প্ৰশ্নই আপোনাৰ মগজুত ও লৰাব পাৰে,বা আকৌ এই প্ৰশ্নৰ পৰা আপুনি ওচৰত থকা ব্যক্তিৰ মগজু টোও লৰাব পাৰে.যি হয়... মনোৰঞ্জনৰ বাবেই সঠিক,কেতিয়াবা -কেতিয়াবা এই প্ৰশ্নই  আপোনাৰ জ্ঞান দুগুণ কৰি দিয়ে. আজি আমি  আপোনাক কবলৈ ওলাইছো ব্লেডৰ মাজৰ design ৰ বিষয়ে ,যি সচাকেই ১শতাংশ লোকেহে জানে...


বিশ্বাস  নাই হোৱা যদি নিজেই  নিজৰ ওচৰ-পাজৰ লোকৰ পৰা ব্লেডৰ মাজত থকা বিশেষ  design ৰ কাৰণ শুধি লওক. যদি তেওঁ  উওৰ কৈ দিয়ে তেন্তে  তেওঁক ধন্যবাদ দিয়ক । কিছুমান লোকৰ ঘৰত  কেতিয়াবা আগৰ মানুহে  ব্লেডৰ পৰা shaving কৰিব পাৰে.ইয়াত আকৌ কিবা নহয় কিবা কাৰণত ব্লেড ঘৰত আহি যাই চাগে. যদি ব্লেড নাহেই ,তেতিয়া  কোনোও কোম্পানীক  কিনি লওক ,আপুনি এটাই design   পাব. কেতিয়াবা ভাবিছে নে  যে   এতিয়া এটা design  য়েই কিয় হয়? 


সকলোৰে আগত জিলেট য়ে blue জিলেট  ব্লেড নামৰ পৰা জিলেট ব্লেডৰ উৎপাদন কৰিছিল ,যিয়ে পুৰুষৰ বাবে  সেই সকলৰ (seo)কৰাৰ সমস্যা এটাৰ  চিৰদিনলৈ চিকিৎসা হৈ গৈছিল.কোৱা যায় যে ব্লেডৰ আৱিস্কাৰৰ পিছত ডাঙৰ  ৰসাল কাহিনী আছে. বছৰ 1901 ত জিলেট  কোম্পানীৰ সংস্হাপক king  cemp জিলেটে নিজৰ সহযোগী william nick sorn ৰ লগত মিলি ব্লেডৰ বিশেষ  design  তৈয়াৰ কৰিছিল.এনেকুৱা বছৰ ব্লেডৰ design ক মান কৰিছিল. 1904 ৰ সময়ত জিলাটে প্ৰথম বাৰ 165 খন ব্লেড বনাইছিল |


সেই সময়ত জিলেট  ব্লেড shaving  ৰ বাবেই  বনোৱা গৈছিল, সেইবোৰৰ designing  এই ধৰণেই গৈছিল যে সেইবোৰ shaving কৰা সকলৰ জিলেট ত বৌল্টৰ লগত সংযোগ কৰা যায় ,সেইবাবে তাৰ মাজত খালী space এৰা গৈছিল,তেতিয়া ,ইয়াৰ capp ৰ fitting এটা সমান ব্যবধান ত  থাকে আৰু ব্যৱহাৰ কৰা সকলে  প্ৰত্যেক  কোম্পানীৰ ব্লেডৰ লগত সেইবোৰৰ  cover কিনিব নালাগে

নহয়নে সৰু কিন্তু মনোৰঞ্জনৰ কথা

Post a Comment

Previous Post Next Post

People Like