পুৰুষে টো নিশ্চয় জানিব লাগে মহিলাৰ বিষয়ে এইটো সঁচা কথা : Men-Should-Know-About-Women

 পুৰুষে টো নিশ্চয়  জানিব লাগে মহিলাৰ বিষয়ে  এইটো সঁচা কথা...



এইটো টো আপোনালোক সকলোৱে জানেই চাগে যে আচাৰ্য চানক্য য়ে চানক্য নীতি নামৰ গ্ৰন্হৰ ৰচনা কৰিছিল।আপোনালোকে আচাৰ্য চানক্যৰ বিষয়ে টো শুনিছেই চাগে ,চিন্তা আৰু  বুজাৰ ক্ষমতাত প্ৰত্যেক  কোনোৱে  অটুট  বিশ্বাস  কৰে।চানক্য য়ে বহুতো কথা সমাজৰ বিষয়ে  কৈছিল ,যাক আজি চানক্য নিতি  নামেৰে জনা  যায়।

চানক্য য়ে সুখেৰে  ভৰা জীৱনৰ বিষয়ে  বন্ধুতো কথা কৈছে।আৰু  ছাগে তেওঁ এই  কথাটো অনুমান কৰিছিল ,যে কাৰোবাৰ বেছিকৈ দুখ তেতিয়া হয় ,যেতিয়া কোনো পুৰুষে  স্ত্রীৰ পৰা  আঘাত পায় ।সেইবাবে চানক্য য়ে বিশেষকৈ পুৰুষক  এনেকুৱা স্ত্রীসকলৰ পৰা সাৱধানে থকাৰ  বাবে সজাগ কৰি দিছে ,যিয়ে তেওঁক আঘাত দিব পাৰে ।চানক্য স্ত্রীসকলৰ কিছু  এনেকুৱা গোপন কথা কৈছে ,যাৰ পৰা কোনো পুৰুষে কোনো স্ত্রীৰ  হাতৰ পৰা এৰা খোৱাৰ পৰা বাচিব পাৰে ।

কথা-বতৰা কৈ থাকক:চানক্য ৰ অনুসৰি নিজৰ প্ৰেমিকৰ লগত কথা- বতৰা  বজাই ৰাখক।যদি আপুনি কথা-বতৰা কমকৈ কৰে ,তেন্তে  প্ৰেমিকাৰ মনটো সলনি হব পাৰে।আৰু   এই কাৰণত আপুনি কিছু  অসুবিধাৰ সন্মুখীন  হব  পাৰে।

বেছি সময়লৈ দূৰত নাথাকিব:চানক্যৰ অনুসৰি প্ৰত্যেক প্ৰেমী আৰু  প্ৰেমিকাই বিচাৰে  যে তেওঁৰ হব লগা  আপোন ব্যক্তিজন তেওঁক  বেছিকৈ সময় দিয়ক ।যদি আপুনি এনেকুৱা নকৰে ,তেনেহলে আপোনাৰ প্ৰেমী বা প্ৰেমিকাই  অকলশৰীয়া অনুভৱ কৰে।আৰু  তাৰ কাৰণত সমাজত তেওঁ  কিছু  সমস্যাৰ  সন্মুখীন  হবলগীয়া  হয়।

বেয়া মানুহৰ পৰা দূৰত থাকক: চানক্যৰ অনুসৰি সমাজত বহুতো লোক আছে,যি আপোনাক লোকচান কৰিব বিচাৰে।যদি আপুনি তেওঁৰ সংগতত  আহি যায় তেন্তে  আপোনাৰ কিছু লোকচানো  হব পাৰে  ।আৰু  আপোনাৰ সুখেৰে  ভৰা জীৱনত বাধাও আহিব পাৰে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.