একেদিনাই ৩ সন্তানৰ মাক হ'ল ২৩ বছৰীয়া মহিলা : multiple birth by a 23 year woman

একেদিনাই ৩ সন্তানৰ মাক হ'ল ২৩ বছৰীয়া মহিলা

 

একেদিনাই এক নহয়, দুই নহয়, তিনিটাকৈ সন্তানৰ মাতৃ হ'ল এগৰাকী ২৩ বছৰীয়া মহিলা। ভগবানৰ এই অদ্ভুত সৃষ্টি অৰুনাচলত।সোমবাৰে পূৱ অৰুনাচলপ্ৰদেশৰ চাংলাং জিলাৰ ধৰমপুৰ ২ গাৱত ২৩ বছৰীয়া এগৰাকী মহিলাই ঘৰতে তিনিটাকৈ সন্তান একেদিনাই জন্ম দিলে।ৰবিনা চাক্ মা  নামৰ মহিলাগৰাকীয়ে সোমবাৰে পুৱা চাৰে তিনিমান বজাতেই ঘৰতেই স্বাভাবিকভাৱেই সন্তান তিনিটিৰ জন্ম দিয়ে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.