অতিকৈ মৰ্মাহত আৰু অদ্ভুত নজীৰবিহীন ঘটনা ঘটে ফিলিপাইনত যোৱা সোমবাৰে।এজন আৰক্ষী বিষয়া,Lueutenant Christian Bolok ৰ মৃত্য ঘটে কুকুৰা যুজত কুকুৰাৰ দ্বাৰা।পিছে কেনেকৈ? আইনবিৰোধী কুকুৰাযুজৰ অনুসন্ধান কৰিবলৈ গৈ তেও এটা কুকুৰা তুলি লয়।
কুকুৰাটোৰ ঠেঙত খেলৰ ননিয়ম অনুসৰি ব্লে'ড লগোৱা আছিল।কুকুৰাটো তুলি ল ওতেই সি ব্ল'ডখনেৰে বিষয়াজনৰ উৰুত বেয়াকৈ আঘাত কৰে।আঘাত ইমানেই ভয়ানক আছিল যে বিষয়াজনৰ উৰুয়েদি ওলোৱা তেজ বন্ধ হোৱা নাছিল আৰু শেষত তেও কৰুণ মংত্যুক সাবটি লবলগা হয়।