দীপাৱলীত কিমান কোটি টকাৰ ফটকা ফুটালে ভাৰতে : How much sell in diwali

দীপাৱলীত কিমান কোটি টকাৰ ফটকা ফুটালে ভাৰতে


দীপাৱলীত কিমান কোটি টকাৰ ফটকা ফুটালে ভাৰতে 

ভাৰত চৰকাৰে চীনা সামগ্ৰী বিক্ৰী আৰু কিনা ক্ষেত্ৰত নিষিদ্ধ কৰিছিল কিন্তু এই বিপৰীত ছবি ভাৰতত ।

ভাৰত : CAIT য়ে ১৫ নবেম্বৰ দিনা এক খবৰ জাৰি কৰিছে যে ৭২,০০০ কোটি টকাৰ দীপান্বিতাৰ সামগ্ৰী বিক্ৰী হৈছে ভাৰতত । আচৰিত নহয়নে ।

CAIT ৰ খবৰ অনুসৰি এই বছৰ চীনা সামগ্ৰীৰ ব্যৱহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনুসৰি কোনো চীনা সামগ্ৰী বোলে বিক্ৰী হোৱা নাই । ভাৰতৰ বিশেষ চহৰ কেইখনৰ বিতৰন কেন্দ্ৰত দীপান্বিতাৰ বাবে ৭২ হাজাৰ কোটিৰ ব্যৱসায় কৰিলে যাৰ বাবে চীনৰ লোকচান হ'ল ৪০ হাজাৰ কোটি টকা ।

দীপাৱলীত কিমান কোটি টকাৰ ফটকা ফুটালে ভাৰতে


দিল্লী, মুম্বাই, চেন্নাই, বাংগালোৰো , হাইডৰাবাদ, কলকাতা, নাগপুৰ, ৰায়পুৰ, ভুবেনেশ্বৰ, ভূপাল, লখনও, কানপুৰ, নয়দা, জম্মু, আহমেদাবাদ, সুৰত, জয়পুৰ, চন্দিগড়, সৈতে কমেও ২০ খন চহৰক বিতৰন ক্ষেত্ৰ হিচাপে মানা হয় । 

CAIT ৰ মতে ব্যৱসায়ী সকল খুবেই সুখী ।

Games ৰ বস্তু, বিজুলীৰ উপকৰন, ৰান্ধনিঘৰৰ সানগ্ৰী, ঘৰ সজোৱা সামগ্ৰী, সোন, আ অলংকাৰ, ফাৰ্নিচাৰ আৰু কাপোৰ আৰু ঘে সজোৱা সামগ্ৰীৰ বিক্ৰী সৰ্বাধিক হৈছে ভাৰতত । 

তাৰ লগে লগেই চীনা বহু সামগ্ৰী এইবাৰ দীপান্বিতাত বহুত বিক্ৰী কৰিলে, আতজবাজী সৰ্বাধিক বিক্ৰী গ'ল । প্ৰদুষনৰ মাত্ৰাও বাঢ়িল ভাৰতত । কৰোনা কালত সকলোৰে অৰ্থ ব্যৱস্থা বেয়া হৈছিল তথাপিও অসমৰ কথা সম্পূৰ্ণ পৃথকহে দেখিব পোৱা গ'ল । ফটকা আতচবাজীৰে ভৰি পৰিল প্ৰতিখন ঘৰ ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.