" আপোনাৰ ঘৰত পুৰনি TV আছে নেকি ? যদি আছে আপুনি হব পাৰে কোটিপতি | Real Facts of RED Mercury

আপোনাৰ ঘৰত পুৰনি TV আছে নেকি ? যদি আছে আপুনি হব পাৰে কোটিপতি | Real Facts of RED Mercury

আপোনাৰ ঘৰত পুৰনি TV আছে নেকি ? যদি আছে আপুনি হব পাৰে কোটিপতি । ইন্টাৰনেট জগতৰ খবৰ মতে এই পুৰনি Tv বোৰত এটা বিশেষ বস্তু পোৱা যায় যাৰ দাম আপুনি শুনিলে আচৰিত হ'ব । এই বিশেষ বস্তুটোৰ নাম হৈছে RED Mercury : ইয়াক CRT Television আৰু FM radio ত পোৱা যায় । 

RED Mercury on old tv : Times Guwahati


ইয়াৰ নামতেই ই পৰিচিত । ৰঙা ৰঙৰ তৰল পদাৰ্থ কিছু অংশ এটা বিশেষ পাত্ৰৰ ভিতৰত থাকে । যাক কোৱা হয় Mercury । ই ৰঙা হোৱাৰ বাবেই ইয়াক Red Mercury কোৱা হয় ।  বিশেষকৈ কিছুদিন ধৰি Red Mercury ৰ চাহিদা বাঢ়িব ধৰিছে । Social media কে ধৰি কবাৰিয়ে ইয়াক কিনিবলৈ হাবাথুৰি খাইছে । যাৰ বজাৰত দাম লাখ টকাৰ ঘৰত (Red mercury price) বহুতেতো ইয়াৰ দাম কোটি টকালৈকে বুলিও কৈ আছে । তলত কেইটামান ভিডিঅ' দিয়া আছে চাব পাৰে ।




সচাকৈ Red Mercury ৰ ইমান দাম নে ?

ভিডিঅ'ত দেখা দৰেই এই ভিডিঅ' সকলো ফালে ভাইৰেল এই মেছেজ যে ইয়াৰ ভিতৰত থকা তৰল পদাৰ্থখিনিৰ সহায়ত ব'ম বনাব পাৰে । কিছু লোকে ইয়াকো দাবী কৰিলৱ যে ইয়াক Covid19 ৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব । কিন্তু ইয়াৰ সতত্যাৰ বাবে কৰো ওচৰত Dacument proof নাই । কিন্তু Social media ই ভাইৰেল হোৱা এই তথ্যৰ ভিত্তিতেই ইয়াৰ দাম ৫০ লাখৰ ওপৰত বুলি জনা গৈছে । 

RED Mercury on old tv


আপুনি বেচিব পাৰিবনে পুৰনা Tv আৰু FM Radio ?

Tv আৱিস্কাৰ হোৱাৰ পিছত যিসমূহ টিভি প্ৰথম উলাইছিল সেই সমূহত এই container  দৰে ২ বা ৪ টাকৈ গ্লাচৰ ভিতৰত তৰল পদাৰ্থ আছে । social media (WhatsApp , Facebook) ত ইয়াৰ বিষয়ে বহলভাৱে প্ৰচাৰ চলি আছে ।  দৰাচলতে ইয়াত কোনো বৈজ্ঞানিক যুক্তি নাই । আৰু আমিও ইয়াক বিক্ৰী কৰি কোনো ধৰনৰ অসামাজিক কাৰ্যকলাপ কৰাত প্ৰৰোচনা কৰা নাই । ইয়াৰ পৰা আতৰত থকাই মংগল । আমি ইয়াৰ ওপৰত অধিক তথ্য যুগুতোৱাৰ চেষ্টা অব্যাহত ৰাখিছো । 



কি কয় বিশেষজ্ঞই

Tv বিক্ৰেতা হৰমত সিঙে কৈছে যে যদি ইয়াৰ ইমানেই দাম তেন্তে ইয়াক পুৰনি টিভি কেজি হিচাপত বিক্ৰী নহল হয় । আৰু সেই কোম্পানিটো বন্ধ নহল হয় । 

আৰক্ষীৰ সকিয়নি কি ?

হাইদৰাবাদৰ ACP (Cyber crime) Kebiam Prashad য়ে কৈছে ইয়াৰ ওপৰত তদন্ত চলি আছে , সামাজিক মাধ্যমত এনেধৰনৰ ভুৱা মেছেজক গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জনাইছে ।

Post a Comment

Previous Post Next Post

People Like