" ৰাজপথতেই চুলিয়া চুলি দুই যুৱতীৰ : দিলে প্ৰচণ্ড চৰ , ঘুচা : চাওক সম্পূৰ্ণ ভিডিঅ'

ৰাজপথতেই চুলিয়া চুলি দুই যুৱতীৰ : দিলে প্ৰচণ্ড চৰ , ঘুচা : চাওক সম্পূৰ্ণ ভিডিঅ'

ৰাজপথতেই চুলিয়া চুলি দুই যুৱতীৰ : দিলে প্ৰচণ্ড চৰ , ঘুচা : চাওক সম্পূৰ্ণ ভিডিঅ'

two girl fight at assam


জীৱন দুদিনীয়া সেয়ে জীৱনত Enjoyment কৰাটো কিছু পুৰুষৰ কৰ্ত্তব্য । পূৰ্বতে আপুনি শুনি আহিছিল এপাহ ফুল দুগৰাকী মালিনীৰ কথা । কিন্তু এইবাৰ কিছু ব্যতিক্ৰম চাওক । এইবাৰ দুপাহ ফুল কোমলীয়া দুপাহ ফুল আৰু মাত্ৰ এজন মালিক । দুয়ো ফুলে এজন মালিককে বিচাৰে । সেই সাধু সাধু লগা কথা বোৰেই , বিদ্যালয় স্কুল যোৱাৰ পৰিবৰ্তে , টিউচন যোৱাৰ পৰিবৰ্তে এতিয়া কেৱল বহু প্ৰেমিক প্ৰেমিকা ফুলনি বাগিচাত । মাক দেউতাকে ঠিকেই ভাৱে মোৰ লৰা ছোৱালী বিদ্যালয় যাব , ভাল মানুহ হ'ব কিন্তু এইয়া কি ? দৃশ্য দেখি হয়তো বহুতেই বুজি পাইছে ? এইয়া কোনো সংগঠন বা NGO য়ে কৰা সজাগতা মূলক নাটক । যদি আপুনি এনে ভাৱিছে তেন্তে সেয়া আপোনাৰ ভুল ভাৱনা । এই বাস্তৱিক ঘটনা ।


এই এইখন অসমৰে লখিমপুৰৰ ঘটনা । লখিমপুৰ জিলাৰ মাজমিয়াত এনেদৰে দেখা পোৱা গল ২ গৰাকী যুৱতি আৰু ১ গৰাকী যুৱকক। যুৱকৰ দুখ কাৰ পাল্লাত যে পৰিলো ।  দুয়োগৰাকী যুৱতিয়ে দিলে অভিযোগ প্ৰতি অভিযোগ । পূৰ্বতে এগৰাকীক বিয়া কৰাই আৰু আন  এজনীয়ে পত্নী বুলি দাবী কৰিলে আন গৰাকী যুৱতিয়ে । তাৰ পিছতে যুদ্ধ দুয়ো গৰাকীৰ । দিলে চৰ যুৱক জনক । এফালে জনতাৰ ভিৰ । কোনোৱে চিঞৰিছে :- মাল খাই আহিছে ? এইয়াই হৈছে বিদ্যালয় যাও বুলি পাৰ্ক ৰেষ্টুৰাত সোমাই প্ৰেমৰ শেষ পৰিণতি । নহবনো কিয় ? চৰকাৰে কৰোনা বুলিয়েতো ইমান বছৰ বন্ধ কৰি ৰাখিছে বিদ্যালয় এতিয়া খুলিছে যেতিয়া কোনে পায় আৰু ।……… দুয়োগৰাকীৰ মাজে মাজে টনা আজোৰা , মাজে মাজৰ দুইচৰ যুৱকজনক । ৰাইজেও কাজিয়া ভাঙিব চেষ্টা কৰিছে যদিও , সকলো উপায়হীন । কাৰণ মদ খাই আছে নেকি ?  চাওক সম্পূৰ্ণ ভিডিঅ'

Post a Comment

Previous Post Next Post

People Like