এই ফটো ১০ জনক শ্ৰেয়াৰ কৰিলে ভাল দিন আহিব ? ভাইৰেল ফটো ৰহস্য জানো আহক

 এটা ফেচবুকৰ ভাইৰাল এলফ পুতুলাৰ আচল কাহিনীৰ আধাৰত এই প্ৰতিবেদন

 What is 'elf of luck'?

কেইদিনমানৰ পৰা এই ফটোখন চচিয়েল মিডিয়াত

বহুত ভাইৰেল হৈ আছে। কোৱা হৈছে যে, এই

ফটোখন শ্বেয়াৰ কৰিলে ভাগ্য ভাল হয় আৰু

লাভম্বিত হয়। কিন্তু প্রকৃততে এই ফটোখনত দেখা

পুতলা সদৃশ মানুহজন কোন হয় ?

               

(EIf is a

supernatural element looks like a human

and which is believed to have magical

powers, have narrow ears in Mythology)

This is the Elf of Luck, do not ignore her

and something wonderful will happen to

you within a week

এই পুতলা সদৃশ মানুহজনৰ নাম elf of luck, EIf

মানে সংকীর্ণ কাণ আৰু যাদুকৰী শক্তি থকা

এটা সৰু জীৱ। elf of luck মানে এনে যাদুকৰী

শক্তি থকা এটা সৃষ্টি জীৱ। এই জীৱ বিধৰ

বিষয়ে জার্মানী বিভিন্ন পৌৰাণিক কথা অনুসৰি

বা কিতাপ, লােকসাহিত্যত উল্লেখ থকা এটা

কাহিনী। যিটো কাহিনীত উল্লেখ কৰা হৈছে যে, elf

of luck যাদুকৰী শক্তি থকা এটা জীৱ। 

                       


এই জীৱ

বিধ দুটা চৰিত্র আছে এটা হ'ল white elf of luck

আৰু আনটো চৰিত্র Black elf of luckL

white elf of luck জীৱবিধে মানুহৰ বাবে ভাল

কাম কৰে ইয়াৰ দ্বাৰা মানুহৰ মনােবাঞ্ছা বােৰ পূৰ্ণ

কৰে, লাভম্বিত কৰে। কিন্তু

Black elf of luck মানুহক বিপথে পৰিচালিত

কৰে, মানুহৰ আশাত হেঙাৰ হৈ থিয় দিয়ে,সকলাে

দিশৰ পৰা ভাল ফল নাপায় লােকচান কৰে।

হলিউডৰ হেৰী পটাৰ চিনেমাখনতাে এই elf of luck

চৰিত্ৰ এটা দেখােৱা হৈছিল। এই elf of luck ৰ

সাধুকথা দৰে এক দীঘলীয়া কাহিনী আছে কিন্তু

সম্পূর্ণকৈ লিখাৰাে কোনাে প্রয়ােজন নাই বাবে লিখা

নাই কেৱল আপােনালােকৰ জ্ঞাতার্থে, মূখ্য কথা

কেইটা জনালোঁ।

                         

বিজ্ঞানসন্মত ভাৱে ইয়াৰ কোনােধৰণৰ স্পষ্ট প্রমাণ

নাই। গতিকে বর্তমান বিজ্ঞানৰ যুগত আপুনি

এইবােৰ কথাত বিশ্বাস নকৰিব, আৰু এনেবােৰ

শ্বেয়াৰ কৰি নিজৰ মগজুৰ শূণ্যতা জ্ঞানৰ পৰিচয়

| আৰু নিজৰ ওপৰত থকা

আত্মবিশ্বাসক আঘাত নকৰিব। আপােনাৰ নিজৰ

কামত বিশ্বাস ৰাখক অবশ্যই 

এদিন আপুনি জীৱনত সফল হ'ব পাৰিব।

মানুহৰ ভাগ্য নিজৰ কৰ্ম দ্বাৰা সলনি কৰে, এখন

সাধাৰণ ফটোৱে আপােনাৰ ভাগ্য সলনি নকৰে।


চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপ'ৰ্ট।।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.