Today's Latest News : মিঞা সংগ্ৰাহলয় : Gas cylinder book New Rule : Pm Modi : SBI New rule

Times Guwahati News

 

১। সময়ৰ সোতে আনে নতুনত্ব। নতুনত্বৰ কোলাত সকলোৱে পায় নতুন ৰূপ। এতিয়া গেচ বুকিংএ পালে নতুন ৰূপ। ইন্ধন গেচ বুকিংৰ নম্বৰ সলনি হ'ল। ৭৭১৮৯৫৫৫৫৫-এই নম্বৰত এতিয়া আপুনি বুকিং কৰিব পাৰিব।whatsapp ৰ যোগেদিও বুকিং কৰিব পাৰিব। WhatsApp নম্বৰ হ'ল-৭৫৮৮৮৮৮৮২৪ । এই নম্বৰতো আপুনি ইন্ধন গেচ বূকিং কৰিব পাৰিব।

২। কৰোনাই কৰা ৰুগ্ন অসমত বিৰল দৃশ্য।তিনিচুকীয়াত বজৰংগ দলৰ ভয়ংকৰ প্ৰতিবাদ।দা,তৰোৱাল আদি লৈ বুকু কপি যোৱা দপদপনি দলটোৰ।আৰক্ষীৰ লাঠী চালনা।চহৰৰ ৰাজপথত বিজয়া দশমীৰ দিনাই প্ৰায় সত্তৰজন যুৱকৰ ৰেলীৰ বিৰল দৃশ্য।আৰক্ষীয় খেদি খেদি চাৰিজনক আটক কৰে।

Watch video


৩। SBI য়ে কৰিলে এক বিশেষ নিয়মৰ পৰিবৰ্তন।এতিয়াৰপৰা স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ ATM ব্যৱহাৰ কৰিব নোৱাৰিব।ATM ত কোনোধৰণৰ নম্বৰ লিখিব নোৱাৰিব। বেংকৰ কৰ্মচাৰীয়েও গ্ৰাহকৰ ATM ৰ পিন নম্বৰ সুধিব নোৱাৰিব।

৪। যোৱা সোমবাৰে India Energy Forum ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে energy ৰ ওপযত বিশেষ গুৰুত্ব দি ভাষণ দিয়ে। ভাষণত তেও ভাৰতবৰ্ষ ই ২০২৫ চনৰ আগতেই oil refining capacity বৰ্তমানৰ ২৫০ মিলিয়ন টনৰপৰা ৪৫০ মিলিয়ন টনলৈ বৃদ্ধি কৰিব লিগিব বুলি কয়।

Times Guwahati Narendra modi

৫। গুগুলে আতৰালে children aps । data collection violation ৰ কাৰণে play store ৰপৰা গুগুলে তিনিটাকৈ children apps আতৰালে।সেই এপ্চকেইটা হ'ল- Princess Salon, Number Coloring আৰু Cats & Cosplay

৬। এক।গুৰত্বপূৰ্ণ খবৰ এই যে, কৰোনাৰ।কাৰণেই কৰ্মচাৰীৰ DA ২০২১ চনলৈকৈ নাবাঢ়িব।কৰ্মচাৰীয়ে বৰ্ধিত DA  পাব ২০২১ ৰ জুন মাহৰ পাছতহে।এই বিিষয়টো চৰকাৰে অহাবছৰৰ জুন মাহৰ পাছতেই পৰিষ্কাৰ কৰি জনাব।

Times Guwahati

৭। পুনৰ অসমীআইৰ বুকুত বিষ।যোৱা ২৪ ঘন্টাত ৰাজ্যত দুজন কৰোনাত মৃত্যু।কামৰূপ মহানগৰৰ মৃণালকান্তি সিনহা আৰু ৰমণী শৰ্মা।ৰাজ্যখনত কৰোনাত মৃত্যুৰ সংখ্যা ৯০৮ জনলৈ বৃদ্ধি।

৮। বেয়াৰ মাজতেই কিছু হকাহ দেশখনত। হৃদয়ৰ ঘা অলপ শুকাইছে। দেশখনৰ ঝাৰখণ্ড, ৰাজস্থান, বিহাৰ উৰিষ্যা, অসম , অন্ধ্ৰপ্ৰদেশ, তেলেংগানা , কেৰেলা আদিকে ধৰি ১৪ খন ৰাজ্যত মৃত্যুৰ হাৰ ১% কমিছে।বৰ্তমান পৃথিৱীৰ আটাইতকৈ নিম্ন মংত্যু হাৰৰ দেশকেইখনৰ ভিতৰত ভাৰতবৰ্ষ ও  এখন।

৯। মিঞা সংগ্ৰাহলয়ৰ বিষয়টোয়ে আনিছে বহুজনৰ মনলৈ অসমৰ কৃষ্টিৰ ভাবুকি। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মতে গুৰুজনাৰ আদৰ্শৰে স্থাপন কৰা শংকৰদেৱ কলাক্ষেত্ৰত গুৰুজনাৰ আদৰ্শ অক্ষূণ্ণ থাকিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও মিঞ্আ সংগ্ৰাহলয়ৰ বিষয়টো সম্পূৰ্ণ বিৰোধিতা কৰিছে।

Times Guwahati News

১০। চোৰাংচোৱা বেহাৰ অন্ত পেলাবলৈ চিলিণ্ডাৰ ডেলিভাৰীৰৰ নতুন নিয়ম। এক নবেম্বৰৰপৰা OTP ৰ দ্বাৰাহে চিলিণ্ডাৰ পাব।চিলিণ্ডাৰ দিয়া লোকজনক আপুনি মোবাইলত পোৱা OTP দেখুৱাব লাগিব।এই নিয়ম ঘৰতে চিলিণ্ডাৰ পাবৰ বাবে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.