পাণ কাৰ্ডত নাম অনলাইনত শুদ্ধ কেনেদৰে কৰিব ?
আপোনাৰ Identity পান কাৰ্ড,নহয় জানো? অৰ্থাৎ ইয়াৰ গুৰুত্ব বা প্ৰয়োজনীয়তা বৰ্তমান বহুত বেছি।পিছে কাৰ্ডখনৰ গৰাকীয়ে দিয়া দিয়া ভুল তথ্যৰ বাবে হৈ যায় সমস্যা।
যিনহ ওক সমস্যাৰ সমাধান আছে।মাথো আপুনি আপ ডেট কৰিব লাগিব। পিছে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ দিনত আপু নি সহজেই সমাধান কৰিব পাৰিব।
এতিয়া জানো আহক কেনেকৈ পান কাৰ্ড আপডেট কৰিব পাৰি
প্ৰথমে অনলাইনত TIN-NSDL website লৈ যাওক।হোম পেইজটো খুলাৰ পাছত চাৰ্ভিচ চেকশ্যনৰ PAN অপ্ শ্যনটোলৈ যাওক। তাৰপাছত কৰিবলগা কামটো হ'ল, নতুন পেইজ খুলাৰ পাছত Apply ত ক্লিক কৰিব লাগিব।তাৰপাছত সঠিকভাৱে তথ্যবোৰ ভৰাওক আৰু submit ত ক্লিক কৰক।এতিয়া আপোনাৰ সমস্যা সমাধান।