এইবাৰ ধন দাবীত নামি পৰিল একাংশ ছেটেলাইট সাংবাদিক।
গোলকগঞ্জ থানাত এজাহাৰ দাখিল দুজন ছেটেলাইট চেনেলৰ সাংবাদিকৰ নামত।
ধন দাবী কৰি এতিয়া বিপাঙত ছেটেলাইট সাংবাদিক
সয়ং আক্ৰাছু নেতা সেম ৰায়ে গোলকগঞ্জ থানাত উপস্থিত হৈছে এজাহাৰ দাখিল কৰিলে ছেটেলাইট সাংবাদিকৰ নামত।
জানেনে কোন এই ছেটেলাইট সাংবাদিক , নাম হৈছে প্ৰদীপ সেন উৰুফে টেকছি আৰু আজিনুৰ ৰহমান উৰফে আজিন।
NKTV ৰ সাংবাদিক হল প্ৰদীপ সেন টেকছি।
Nation NE ৰ সাংবাদিক আজিনুৰ ৰহমান উৰফে আজিন।
জানিব পৰা মতে এই দুজন সাংবাদিকে আক্ৰাছু নেতা সেমকোচৰ উচৰত ধন দাবি কৰিছিল সেমৰায়ে ধন নিদিয়াত বিপক্ষে বাতৰি পৰিবেশন কৰিছে এই দুজন সাংবাদিক।
গোলকগঞ্জ আৰক্ষীয়ে এই দুজন সাংবাদিকৰ উপৰত কি ব্যাৱস্থা.গ্ৰহণ কৰে সেয়া হব পৰবৰ্তীকালত লক্ষনীয়।পুনৰবাৰ জনাইছো ধন দাবী কৰি এতিয়া বিপাঙত ছেটেলাইট সাংবাদিক !গোলকগঞ্জ থানাত এজাহাৰ দাখিল দুজন ছেটেলাইট চেনেলৰ সাংবাদিকৰ নামত।গোলকগঞ্জ থানাত এজাহাৰ দাখিল দুজন ছেটেলাইট চেনেলৰ সাংবাদিকৰ নামত।