আকৌ কেতিয়া ঘুৰি আহিব কেকে মোহন ? সচাকৈ অনুতপ্ত নেকি সিদাৰ্থ শৰ্মা ?
কি ভুল কৰিলে কেকে-মোহনে? ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি অনুতপ্ত নেকি সিদ্ধাৰ্থ-দ্বীপজ্যোতি? কিয় কেকেই ক’লে এই কথা?
‘বেহাৰবাৰী আউটপোষ্ট’ এৰাৰ কাৰণ মুকলিকৈ প্ৰকাশ কৰা নাই সিদ্ধাৰ্থ শৰ্মা আৰু দ্বীপজ্যোতি কেওটে। কিন্তু ‘বেহাৰবাৰী আউটপোষ্ট’ এৰাৰ পিছত তেওঁলোকে আন এটা মনোৰঞ্জনধৰ্মী চেনেলৰ এখন ধাৰাবাহিকত অভিনয় কৰি আছে। কিন্তু ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি অনুতপ্ত নেকি সিদ্ধাৰ্থ শৰ্মা আৰু দ্বীপজ্যোতি!
সিদ্ধাৰ্থ শৰ্মাই লিখিছে, ‘‘আমাৰ ভুলৰ কাৰণেই বন্ধ হ’ব চাগৈ ‘বিয়লিৰ বৃন্দাবন’।
কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ এই পোষ্টটোৰ উদ্দেশ্য কি? এয়া সঁচাকৈ অনুশোচনাত দগ্ধ হৈ লিখা কথা, নে প্ৰচাৰৰ এক কৌশল?
কেকে দাৰ পোষ্টৰ পিছতেই পাপৰি মণি বৰাই লিখিছে এনেদৰে
‘সময় ...
নিজকে অহংকাৰ ত পোত গৈ দম্ভালি মাৰি বৰ গছৰ লগত তুলনা কৰি আনক ৰঘুমলাৰ লগত মিলোৱা জনক মোৰ তৰফৰ পৰা সমবেদনা 

আমি মাটিৰ মানুহ মাটিতেই আছোঁ , অহংকাৰী হব নোৱাৰিলোঁ , বিক্ৰী যাব নোৱাৰিলোঁ
।

কাৰণ মোৰ বাবে ৰাইজেই সকলো । যি দিছে , যি পাইছোঁ ৰাইজৰ বাবেই পাইছোঁ । ৰাইজক দুখ দি দৰ্শক নথকা ভাওনাট ভাওৰীয়া হব মন নাই ঔ ...