এগৰাকী পত্নী কেতিয়াবা প্ৰিয় নাৰী হব পাৰে নে ? যদি এই প্ৰশ্ন উত্তৰ কি বুলি সকলোকে শুধো হয় তেনে কি উত্তৰ দিব ?



এগৰাকী পত্নী কেতিয়াবা প্ৰিয় নাৰী হব পাৰে নে ? যদি এই প্ৰশ্ন উত্তৰ কি বুলি সকলোকে শুধো হয় তেনে  কি উত্তৰ দিব ? বহু লোকৰ বহু ভিন্ন ধৰনৰ উত্তৰ আহিব নিশয় ।  মোৰ মতে এগৰাকী পত্নি কেতিয়াও প্ৰিয় নাৰী হব নোৱাৰে । ..কিয়নো মই যাক লৈ আজি বহু সপোন দেখিছিলো যোৱা ঌ টা বছৰে বহু ঘাট প্রতিঘাত নেওচি তাই সফল হোৱাৰ ক্ষেত্ৰত সকলো ত্যাগ কৰি তাইৰ সপোন পূৰ কৰিলোঁ কিন্তু আজি টিংকু নামৰ একাল স্বামী মোৰেই  শুকুলা ঘোঁৰাত উঠি তাই আশা পুৰন কৰিবলৈ যাত্ৰাত অগ্ৰখৰ হল, মানে যোৱা ৯ বছৰে মোক ব্যৱহাৰ কৰি আহিল ।  এইদৰে মোৰ বিশ্বাসক আৰু মোক  অকলশৰীয়া কৰি , মোক ব্যৱহাৰ কৰি আঁতৰি যা়ব পাৰিব বুলি মই কোনোদিনে কল্পনা কৰা নাছিলোঁ, তাইৰ আজি প্ৰতিচ্ছবি ডাঙি ধৰিবলৈ মই অকণো কুণ্ঠাবোধ নকৰোঁ এগৰাকী শিক্ষিত বোৱাৰী হিচাপে আমাৰ গাওঁখনে তাইক লৈ বহুত গৌৰৱ কৰিছিল

তাই কিন্তু অলপমান ও বুজিবলৈ চেষ্টা নকৰিলে আজি তাই মোৰ লগতে মোৰ ঘৰখনক ও সমাজৰ আগত সেৱ প্ৰতিপন্ন কৰিব বিচাৰিছে এইয়াই আজিৰ শিক্ষিত নাৰী, সঁচা কথা কবলৈ গলে মই আজি এই মায়াময় পৃথিৱীৰ সৈতে খোজ দিব পৰাকৈ একো নাজানিলো নিজে সাধাৰণ কিপেদ মোবাইল লৈ তাইক বিশ হাজাৰ টকা দি মোবাইল কিনি দিছিলোঁ, তাই কৈছিল পঢ়াৰ বাবে প্ৰয়োজন হৈছে ভাবিছিলো তাই পঢ়াৰ কামত ব্যৱহাৰ কৰিব কিন্ত সকলোতে লক কৰি ৰাখিছিল আৰু মই এদিনো চুবলৈ নাপালোঁ কাৰণ মই এটা এণ্ড্ৰইড ফোন কেনেকৈ চলাব লাগে জনা নাছিলোঁ, একাদ্বশ শ্ৰেণীৰ পৰা এম এ লৈকে ঘৰৰ বাহিৰত থাকি শিক্ষা গ্ৰহণ সুবিধা কৰি দিয়াটোয়েই মোৰ ভুল আছিল । যিটো সময়ত বিভিন্ন পুৰুষৰ লগত মোৰ অগ্যাতে সময় পাৰ কৰিছিল 

 যিবোৰ কৰিবৰ বাবে তাইৰ সুবিধা হোৱাকৈ মই অতি বিশ্বাসেৰে তাইৰ কঁ‌পালত আঁ‌কি দিয়া সেন্দুৰ কন কোনো দিন কঁ‌পালত লোৱা নাছিল । মই নজনাকৈ বেলেগ পুৰুষৰ হৈতে মটৰ চাইকেলত ডেটিং কৰিছিল আৰু সেই বোৰ মই গম পোৱাৰ পাছত মাজে মাজে কেতিয়াবা আমাৰ মাজত কাজিয়া হৈছিল । বৰ্তমান তাই সুখী । চৰিত্ৰ নষ্ট নাৰী বা পুৰুষৰ যিমানেই ধন টকা পইছা নহওক একো লাভ নাই । টকাৰে দৰব কিনিব পাৰি কিন্তু স্বাস্থ্য নোৱাৰি । টকাৰে বিচনা কিনিব পাৰি কিন্তু টোপনি নোৱাৰি , টকাৰে কিতাপ কিনিব পাৰি কিন্তু জ্ঞান নোৱাৰি , টকাৰে কেতিয়াবা মানুহ কিনিব পাৰি কিন্তু মন কিনিব নোৱাৰি । এই গৰাকী কুসুম বড়া সকলো পুৰুষে মনত ৰখা প্ৰয়োজন আছে কিয়নো এই গৰাকীয়ে কিমান পুৰুষক যে শেষ কৰিব তাৰ সীমা নাই । এনে নাৰীক ভগৱানে অতি সোনকালে মাৰি নিয়ক ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.