বিবাহৰ সম্পৰ্কই দুয়োজন সংগীৰ ওপৰত কিছু বাধ্যবাধকতা আৰু কৰ্তব্য জাপি দিয়ে আৰু কঠিন সময়ত দুয়োজনে ইজনে সিজনক সহায় কৰিবলগীয়া হয়। বিবাহৰ অন্যতম গুৰুত্বপূৰ্ণ অপৰিৱৰ্তনীয় পৰিণতি হ’ল পাৰস্পৰিক সমৰ্থন, যৌথভাৱে আৰু পৃথকে পৃথকে উমৈহতীয়া ঘৰখন ৰক্ষণাবেক্ষণৰ দায়িত্ব। কিন্তু আজি কালি সেইদিনবোৰ যেন নাই । এজন ব্যক্তিৰ জীৱন গাথা লৈ আমাৰ এই প্ৰতিবেদন । মৰিগাওৰ বাপ্পী নাথে কিয় চুইচাইড নোটত লেখিলে এনেদৰে

