আজিৰে পৰা বন্ধ হ'ল HSLC পৰীক্ষা



কেন্দ্ৰীয় কেবিনেটে আজি নতুন শিক্ষা নীতি মঞ্জুৰ কৰিলে ।

দশম শ্ৰেণী বৰ্ড পৰীক্ষা বন্ধ৷

M.Phil বন্ধ ৷

এয়া ৩৬বছৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী

কৰা হ’ল 

এতিয়াঃ

1.  Nursery    @4 Years 

2.  Jr KG        @5 Years

3.  Sr KG        @6 Years

4.  Std 1st     @7 Years 

5.  Std 2nd   @8 years

6.  Std 3rd     @9 Years 

7.  Std 4th     @10 Years 

8.  Std 5th     @11 Years 

9.  Std 6th     @12 Years 

10.Std 7th     @13 Years 

11.Std 8th     @14 Years

12.Std 9th     @15 Years 

13.Std SSC    @16 Years 

14.Std FYJC  @17Years 

15.STD SYJC @18 Years 


এতিয়াৰপৰা কেৱল 12ৰ শ্ৰেণীৰ বাবে বোৰ্ড পৰীক্ষা ৷ কলেজৰ ডিগ্ৰী ৪বছৰ ৷ ৫ম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাত শিক্ষা ৷( স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত  পঢ়ুৱাব লাগিব )৷ বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় লব লাগিব।

নবমৰপৰা দ্বাদশলৈ চেমেষ্টাৰ হ’ব৷

৩বছৰত ডিগ্ৰী তেওঁলেকে পাব  যিবোৰ শিক্ষাৰ্থী  উচ্চ শিক্ষা লব নিবিচাৰে । সেইবিলাক শিক্ষাৰ্থীয়ে ৪বছৰ ডিগ্ৰী হ'লে  সেই ১বছৰতে M.A কৰিব পাৰিব।M.A. ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব।

উচ্চ শিক্ষাতো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডেমিক ফাইনেন্সছিয়েল অট’নমি  ইত্যাদি বিষয়ৰ লগতে  ক্ষেত্ৰীয় ভাষাৰ  বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হ’ব।দেশৰ মুঠ৪৫হাজাৰ কলেজক সাঙুৰি  লোৱা হ’ব ৷

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.