পৰকীয়া প্ৰেমে ধ্বংস কৰিলে এখন সংসাৰ , স্বামী নথকা সুযোগ লৈ এগৰাকী পত্নীয়ে পাচঁ বছৰীয়া সন্তান সহ পলাল গাঁৱৰে আন যুৱকলৈ।



  • পৰকীয়া প্ৰেমে ধ্বংস কৰিলে এখন সংসাৰ।
  • স্বামী নথকা সুযোগ লৈ এগৰাকী পত্নীয়ে পাচঁ বছৰীয়া সন্তান সহ পলাল গাঁৱৰে আন যুৱকলৈ।
  • গোগামুখত স্বামী নথকা সুযোগ লৈ এগৰাকী পত্নীয়ে পাচঁ বছৰীয়া সন্তান সহ পলাল গাঁৱৰে আন যুৱকলৈ।
  • ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পৰকীয়া প্ৰেম।

তেনে এক ঘটনা সংঘটিত হৈছে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত নলবাৰী ২ নং পাহাৰপুৰ গাঁৱত।

২ নং পাহাৰপুৰ গাঁৱৰ নিৰ্বাসী তিল কছাৰী পত্নী অঞ্জু কছাৰীয়ে স্বামী নথকা সুযোগ গ্ৰহণ কৰি একে গাঁৱৰে অৰুণ কছাৰী নামৰ লোকৰ সৈতে অবৈধ প্ৰেমত মজগুল হৈ পাঁচ বছৰীয়া সন্তান সহ পলাতক।

উল্লেখ্য যে অঞ্জু কছাৰী দুটা সন্তানৰ মাতৃ আছিল। এগৰাকী ন বছৰীয়া কন্যা  সন্তান ঘৰত এৰি থৈ যায়।

পৰিয়াল তথা স্বামী কাতৰ আহ্বান অঞ্জু কছাৰী পুনৰ ঘৰলৈ উভতি আহক। লগতে কোনো লোকে উক্ত মহিলা, আৰু পুৰুষ কৰাকীক দেখিলে 6002219611যোগাযোগ কৰিব লৈ আহ্বান।

পল্লৱ মিলি,লখিমপুৰ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.