Assam HS Arts topper Sadhana Devi's Scam News: Arts topper Sadhana Devi's results are alleged to be a scam
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ১২ নং শ্ৰেণীৰ ফলাফল যি ২৭ জুনত ঘোষণা কৰা হৈছিল য'ত সাধনা দেৱীয়ে কলা শাষাত শীৰ্ষস্থান দখল কৰিছিল। কিন্তু ফলাফল ঘোষণা কৰাৰ কিছুদিন পিছতেই সাধনা দেৱীৰ কাগজ পৰীক্ষা কৰাটো কেলেংকাৰীৰ অংশ বুলি অভিযোগ উঠিছে আৰু এই প্ৰতাৰণাত তিনিগৰাকী শিক্ষয়িত্ৰী জড়িত হৈ আছে। এই কেলেংকাৰী সন্দৰ্ভত শোণিতপুৰৰ আই এছে তদন্ত কৰিছে । কামৰূপ (গ্ৰাম্য)ৰ কামৰূপা ছোৱালী জ্যেষ্ঠ মাধ্যমিক । উল্লেখযোগ্য যে ৫০০ নম্বৰৰ ভিতৰত ৪৮৭ নম্বৰেৰে দেৱীয়ে প্ৰথম স্থান লাভ কৰিছিল সাধনা দেৱীয়ে । উচ্চ স্তৰিয় তদন্তৰ পিছতহে সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব ।