সুৰাৰ নিষিদ্ধ কৰাৰ দাবী ৰাজ্যপালৰ : বন্ধ হ'ব সকলো Wine shop

 

সুৰাৰ নিষিদ্ধ কৰাৰ দাবী ৰাজ্যপালৰ   বি জে পি চৰকাৰ এটাই মূল হৈছে ৰাজহ বৃদ্ধি।ৰাজহ বৃদ্ধি কৰিবলৈ সুৰাৰ দাম ৬৫%শতাংশ বৃদ্ধি কৰাৰ সময়তে সুৰাৰ সম্পুৰ্ণৰূপে নিষিদ্ধ দাবী কৰিছে খোদ ৰাজ্যপাল জগদীশ মুখীৰে। সমগ্ৰ অসমতে অভিযান চলি থকা মাজতে সুৰাৰ উপৰত যি নিষিদ্ধাঘ্ৰা যাৰি কৰিছে তাক লৈ চিন্তিত সুৰাপাৰি লগতে কিন্নৰ সকল।স্বয়ং ৰাজ্যপালে কয় ড্ৰাগছ গ্ৰুতখা বিক্ৰী বন্ধ কৰিব নোৱাৰাটো অসম চৰকাৰৰ তথা অসম আৰক্ষী বিফলতা।জৰিপ অনুসৰি অসমৰ প্ৰায় ২১লাখ লোকে ড্ৰাগছ সেৱন কৰে আৰু তাৰ বিপৰিতে 1.75 লোকে সুৰা সেৱন কৰে ।তাৰে 65শতাংখ মহিলা সুৰাপাৰী গতিকে প্ৰতি মাহে সুৰাৰ জড়িয়তে ১১৩ কোটি মাহে ৰাজহ সংগ্ৰহৰ কৰে ।ৰাজ্যপালৰ দাবী অতি সোনকালেই সুৰাৰ বন্ধ কৰিব লাগে আৰু গ্ৰুতখা সেৱন কাৰি সকলক আইনগৰ্ত ব্যৱস্থা গ্ৰহণ কৰিৱ লাগে।২০০৫চনৰ ধপাঁত বিৰোধী আইনৰ অধীনত কিমান খন দোকান বন্ধ হ'ল।কিমান জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তাৰ উত্তৰ বিচাৰিছে খোদ ৰাজ্যপালে ।কিয় আৰক্ষীয়ে দেখিও নেদেখা ভাও যোৰে কিয় অসম চৰকাৰক সুৰা পৰা বেছি ৰাজহ লাগে? এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সন্মুখতে কৰে ।বছৰি ১৪ শতাংশ সুৰা সেৱন কৰাৰ লোকৰ সংখ্যা বৃদ্ধি।চৰকাৰে সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ যি নীতি এইয়া বন্ধ কৰা দাবী খোদ ৰাজ্যপালৰ অতিশিঘ্ৰে এই ক্ষেত্ৰত অসম চৰকাৰ তথা আৱকাৰী বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰে ।অনথ্যা     ড্ৰাগছ ,সুৰা, ধপাঁত এই অভিযানত খোদ ৰাজ্যপাল নামি পৰিৱ।

সুৰাৰ নিষিদ্ধ কৰাৰ দাবী ৰাজ্যপালৰ 


বি জে পি চৰকাৰ এটাই মূল হৈছে ৰাজহ বৃদ্ধি।ৰাজহ বৃদ্ধি কৰিবলৈ সুৰাৰ দাম ৬৫%শতাংশ বৃদ্ধি কৰাৰ সময়তে সুৰাৰ সম্পুৰ্ণৰূপে নিষিদ্ধ দাবী কৰিছে খোদ ৰাজ্যপাল জগদীশ মুখীৰে। সমগ্ৰ অসমতে অভিযান চলি থকা মাজতে সুৰাৰ উপৰত যি নিষিদ্ধাঘ্ৰা যাৰি কৰিছে তাক লৈ চিন্তিত সুৰাপাৰি লগতে কিন্নৰ সকল।স্বয়ং ৰাজ্যপালে কয় ড্ৰাগছ গ্ৰুতখা বিক্ৰী বন্ধ কৰিব নোৱাৰাটো অসম চৰকাৰৰ তথা অসম আৰক্ষী বিফলতা।জৰিপ অনুসৰি অসমৰ প্ৰায় ২১লাখ লোকে ড্ৰাগছ সেৱন কৰে আৰু তাৰ বিপৰিতে 1.75 লোকে সুৰা সেৱন কৰে ।তাৰে 65শতাংখ মহিলা সুৰাপাৰী গতিকে প্ৰতি মাহে সুৰাৰ জড়িয়তে ১১৩ কোটি মাহে ৰাজহ সংগ্ৰহৰ কৰে ।ৰাজ্যপালৰ দাবী অতি সোনকালেই সুৰাৰ বন্ধ কৰিব লাগে আৰু গ্ৰুতখা সেৱন কাৰি সকলক আইনগৰ্ত ব্যৱস্থা গ্ৰহণ কৰিৱ লাগে।২০০৫চনৰ ধপাঁত বিৰোধী আইনৰ অধীনত কিমান খন দোকান বন্ধ হ'ল।কিমান জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তাৰ উত্তৰ বিচাৰিছে খোদ ৰাজ্যপালে ।কিয় আৰক্ষীয়ে দেখিও নেদেখা ভাও যোৰে কিয় অসম চৰকাৰক সুৰা পৰা বেছি ৰাজহ লাগে? এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত সন্মুখতে কৰে ।বছৰি ১৪ শতাংশ সুৰা সেৱন কৰাৰ লোকৰ সংখ্যা বৃদ্ধি।চৰকাৰে সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ যি নীতি এইয়া বন্ধ কৰা দাবী খোদ ৰাজ্যপালৰ অতিশিঘ্ৰে এই ক্ষেত্ৰত অসম চৰকাৰ তথা আৱকাৰী বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰে ।অনথ্যা     ড্ৰাগছ ,সুৰা, ধপাঁত এই অভিযানত খোদ ৰাজ্যপাল নামি পৰিৱ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.