মাত্ৰ ৬৯৯ টকাত JIO য়ে আগবঢ়াইছে ৩৩৮ দিনৰ ভেলিডিটি ,আাটাইতকৈ কম দামৰ প্লেন JIO Recharge Plan

336 days validity for only 899 indian rupee mukesh ambani jio is offering the cheapest plan

336 days validity for only 899 indian rupee mukesh ambani jio is offering the cheapest plan

আজিকালি ৰিচাৰ্জ প্লেনৰ দাম ইমানেই বাঢ়িছে যে প্ৰতিমাহে মোবাইল ৰিচাৰ্জ কৰাটো সাধাৰণ মানুহৰ বাবে জটিল হৈ পৰিছে।  কিন্তু দাম বৃদ্ধি হোৱাৰ পাছতো জিঅ’ৰ কেইবাটাও প্লেন আছে য’ত আপুনি অতি কম মূল্যত আপোনাৰ ফোনটো ৰিচাৰ্জ কৰিব পাৰিব।  এই প্ৰতিবেদনত আমি সেই সকলোবোৰ প্লেন ৰূপৰেখা দাঙি ধৰিছো।

Jio Phone ব্যৱহাৰকাৰীসকলৰ মাজত আটাইতকৈ জনপ্ৰিয়  প্লেনটো  হৈছে ৬৯৯ টকীয়া প্লেন টো।  Jio Phone ব্যৱহাৰকাৰীসকলে যদি এই প্লেনটো ৰিচাৰ্জ কৰে তেন্তে ৩৩৬ দিনৰ বাবে ইচ্ছাকৃত ভয়েচ কলিং(voice calling) কৰিব পাৰিব আৰু ইয়াৰ সৈতে আপুনি ২৪ জিবি ডাটা (GB)পাব।  কিন্তু এই প্লেনৰ সুবিধা কেৱল মাত্ৰ জিঅ’ফোন ব্যৱহাৰকাৰীয়েহে উপভোগ কৰিব পাৰিব 

জিঅ’ফোনৰ  অন্য প্লেন বোৰ :-

 তদুপৰি jio phone ৰ আন এটা প্লেন হৈছে ১৪৯৯ টকাৰ এবছৰীয়া প্লেন টো। কিন্তু আপুনি এই প্লেন টোৰ সুবিধা  Jio phone কিনিলেই পাব।  তাত আপুনি ২৪ জিবি ডাটাৰ  লগতে জিঅ’ এপ চাবস্ক্ৰিপচন(subscription )আৰু আনলিমিটেড ভইচ কলৰ সুবিধাও লাভ কৰিব।

 ইয়াৰ উপৰি  ৯১ টকাৰ প্লেন এটাও আছে যত আপুনি  ২৮ দিনৰ ভেলিডিটিৰ সৈতে  মাত্ৰ ৩ জিবি ডাটা, আনলিমিটেড ভইচ কলিং আৰু প্ৰতিদিনে ৫০টা এছএমএছ(SMS) লাভ কৰিব।

এই সকলোবোৰ প্লেন কেৱল মাত্ৰ জিঅ’ফোনৰ বাবেহে।  এই পৰিকল্পনা স্মাৰ্টফোনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.