প্ৰায় ১ মাহ ধৰি নিৰুদেশ ১৯ বছৰীয়া এগৰাকী যুৱতী, আৰক্ষীৰো নাই খবৰ

Morigaon woman Missing প্ৰায় ১ মাহ ধৰি নিৰুদেশ ১৯ বছৰীয়া এগৰাকী যুৱতী, আৰক্ষীৰো নাই খবৰ

মৰিগাঁও মিকিৰভেটা ৰ ফলিয়ামৰী গাওঁৰ মৌচুমী হীৰা নামৰ ১৯ বছৰীয়া এগৰাকী মহিলা প্ৰায় ১ মাহ ধৰি নিৰুদেশ হৈ আছে।পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীৰ ফালৰ পৰা একো খবৰ নোপোৱাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল পিতৃ লোহিত হীৰা।।যদি কোনোবাই মহিলা গৰাকীক দেখা পাই এই নম্বৰ ত যোগাযোগ কৰিব:-+918135916137 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.