MGNREGA Apply Now
কেন্দ্রীয় চৰকাৰৰ এই নতুন প্রকল্পত কেৱল আবেদনৰ ভিত্তিতহে দিয়া হ’ব ১ লাখ ৪০ হাজাৰ টকা ৷ ইয়াত আবেদন কৰিবলৈ কোনো ধৰণৰ শৈক্ষিক অৰ্হতাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় চৰকাৰৰ এয়া এক জনপ্ৰিয় আৰু নতুন প্ৰকল্প। কেন্দ্রীয় চৰকাৰৰ এই নতুন প্রকল্পৰ সুফল ভোগ কৰিব বিচৰাসকলে এই খবৰটো বিতংভাৱে জানিব লাগিব৷ ইয়াত আবেদন কৰাৰ পিছত টকাখিনি পোনপটীয়াকৈ চাকৰি বিচৰাসকলৰ একাউণ্টত জমা হ’ব। ইয়াত আবেদন কৰিব বিচৰা সকলৰ বাবে কেনেকৈ আবেদন কৰিব আৰু কেনেকৈ টকা পাব তাৰ বিতং তথ্য তলত দিয়া হ'ল।
উদ্দেশ্যঃ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহক আৰ্থিক সুবিধা প্ৰদান কৰাৰ লগতে আৰ্থিকভাৱে পিছপৰা সকলক সমাজৰ মূলসুঁতিলৈ অনাৰ উদ্দেশ্যে এই প্ৰকল্পটো বিশেষভাৱে আৰম্ভ কৰা হৈছে। বিশেষকৈ এই ধনৰ উদ্দেশ্য হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আৰু গৃহৰ সমস্যা থকা সকলৰ বাবে ঘৰ নিৰ্মাণ কৰা।
প্ৰকল্পটোৰ নাম: ইয়াত যিটো প্ৰকল্পৰ বাবে ধন প্ৰদান কৰা হ’ব সেয়া হ’ল - প্ৰধানমন্ত্ৰীৰ গাঁও গৃহ নিৰ্মাণ আঁচনি।
কিমান টকা পাব?
এই প্ৰকল্পৰ জৰিয়তে আবেদন কৰা প্ৰতিজনকে এক লাখ ৪০ হাজাৰ টকা দিয়া হ’ব। ইয়াক মূলতঃ তিনিটা কিস্তিৰ জৰিয়তে আবেদনকাৰীক প্ৰদান কৰা হ’ব। ৬০ হাজাৰ টকা ইয়াত দিয়া হব প্ৰথম কিস্তিত ৫০ হাজাৰ টকা দিয়া হব দ্বিতীয় কিস্তিত। ইয়াৰ উপৰিও এন আৰ জি এছে মুঠ ১০০ টা ৰক্ষণাবেক্ষণ মাচুল প্ৰদান কৰে, যাৰ মুঠ মূল্য ২১০০০ টকা পৰ্যন্ত। তদুপৰি পৰৱৰ্তী সময়ত অতিৰিক্ত ১২ হাজাৰ টকা দিয়া হ’ব, যিটো শৌচাগাৰৰ মূল উদ্দেশ্য হ’ব, যদি কাৰোবাৰ ঘৰত শৌচাগাৰ আছে তেন্তে শৌচাগাৰ নিৰ্মাণ কৰিব নালাগিব। মুঠতে ১ লাখ ৪০ হাজাৰ টকা ইয়াত দিয়া হ’ব।
কোনে আবেদন কৰিব পাৰে:
১/ ইয়াত আবেদন কৰিবলৈ প্ৰথমে আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।
২) আবেদন কৰাৰ সময়ত দৰিদ্ৰ সীমাৰেখাৰ তলত বাৰ্ষিক আয় দেখুৱাব লাগিব।
৩) যদি তেওঁ আগতে এনে কোনো প্ৰজেক্টৰ বাবে টকা পায় আহিছে তেন্তে তেওঁক পুনৰ টকা দিয়া নহ'ব, অৰ্থাৎ যিসকলে আগতে টকা পোৱা নাই তেওঁলোকে ইয়াত টকা পাব।
শৈক্ষিক অৰ্হতাঃ ইয়াত কোনো ধৰণৰ শৈক্ষিক অৰ্হতাৰ প্ৰয়োজন নাই, ইয়াত সকলোৱে আবেদন কৰিব পাৰিব।
আবেদনৰ সময়ত প্ৰয়োজনীয় নথি-পত্ৰ:
- ১/ আবেদনকাৰীৰ পাছপ’ৰ্ট আকাৰৰ ফটো
- ২/ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড
- ৩/ বেংক একাউণ্টৰ জেৰক্স পাছবুক
- ৪/ আবেদনকাৰীৰ পৰিয়ালৰ জব কাৰ্ড
আবেদন পদ্ধতিঃ ইয়াত আবেদন কৰিব বিচৰাসকল যদি গ্ৰামাঞ্চলৰ বাসিন্দা হয়, তেন্তে আপুনি গ্ৰাম পঞ্চায়ত বা বিডিঅ’ৰ কাৰ্যালয়লৈ যাব লাগিব আৰু আপোনাক প্ৰধানমন্ত্ৰীৰ গাঁও আৱাস আঁচনিৰ বাবে এখন ফৰ্ম দিয়া হ’ব। ফৰ্মখন ভালদৰে পূৰণ কৰি তাৰ লগত প্ৰয়োজনীয় নথি-পত্ৰৰ জেৰক্স সংলগ্ন কৰি সংশ্লিষ্ট বিডিঅ’ কাৰ্যালয় বা গ্ৰাম পঞ্চায়তলৈ গৈ জমা দিব লাগিব। তাৰ পিছত কৰ্তৃপক্ষই আপোনাৰ সৈতে যোগাযোগ কৰিব বা পৰিদৰ্শন কৰিব আৰু আপুনি যোগ্য হ’লে আপোনাক ধন দিয়া হ’ব।
যিসকলে চহৰ অঞ্চলত বাস কৰে তেওঁলোকে পোনপটীয়াকৈ অনলাইনত আবেদন কৰিব লাগিব। পোনপটীয়াকৈ অনলাইনত আবেদন কৰিবলৈ চাকৰি বিচৰাসকলে তলত দিয়া ৱেবচাইটত গৈ পঞ্জীয়ন কৰিব লাগিব। ৱেবছাইটটো হৈছে - https://pmaymis.gov.in/
আপোনাৰ নাম কেনেকৈ পৰীক্ষা কৰিব:
আবেদন কাৰি সকলৰ নামৰ তালিকা ৱেবছাইটত প্ৰকাশ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে গৃহ নিৰ্মাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ নিজে মোবাইলত বা কেফেলৈ গৈ আধাৰ কাৰ্ড নম্বৰ আৰু অন্যান্য তথ্যৰে চাব পাৰে।
আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati