ভাৰতৰ আটাইতকৈ ধুনীয়া IAS আৰু IPS মহিলা বিষয়া সকল ! দেখি আপোনাৰো মন ভৰিব Most beautiful IAS and IPS women officers

These are the most beautiful IAS and IPS women officers

These-are-the-most-beautiful-IAS-and-IPS-women-officers


 এই কেইগৰাকী ভাৰতৰ আটাইতকৈ ধুনীয়া IAS আৰু IPS মহিলা বিষয়া, বলীউডৰ অভিনেত্ৰী সকলো তেওঁলোকৰ সন্মুখত ব্যৰ্থ হৈছিল। IAS আৰু IPS এটা চৰকাৰী চাকৰি যিটো লাভ কৰাৰ সপোন প্ৰতিজন যুৱকে কৰে। প্ৰতি বছৰে দেশৰ লাখ লাখ অংশগ্ৰহণকাৰীয়ে এই চাকৰিটো পোৱাৰ সপোন লৈ পৰীক্ষা দিয়ে, কিন্তু মাত্ৰ কেইজনমানেহে সফল হ’বলৈ সক্ষম হয়।

আজি আমি আপোনালোকক চিনাকি কৰাই দিছো পাঁচজন সৎ বিষয়াৰ সৈতে যিসকলে নিজৰ মগজু আৰু নিজৰ কৰ্ম শক্তি দেখুৱাই এই কঠিন পৰীক্ষাত সফলতাৰে উত্তিৰ্ণ কৰাই নহয়, এওলোক দেখিবলৈও ধুনীয়া।

Riju Bafna

ৰিজু বাফনাৰ জন্ম হৈছিল ছত্তীশগড়ত। ২০১১ চনত দিল্লী School of Economics ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কিৰোৰী বাড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ২০১৪ বৰ্ষৰ বেত্চৰ আই এ এছ বিষয়া। ২০১৩ চনত ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ ৭৭ নম্বৰ স্থান লাভ কৰিছিল।

Riju Bafna


IAS বিষয়া হোৱাৰ পূৰ্বে ৰিজুৱে কেম্ব্ৰিজ ইকনমিক পলিচি এছ’চিয়েটছতো কাম কৰিছিল। মাত্ৰ যোৱা বছৰ তাইৰ বেচমেট অবি প্ৰসাদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যি এজন আই এ এছ বিষয়াও।

Marine Joseph

দিল্লীত জন্মগ্ৰহণ কৰা মেৰিন কেৰেলাৰ কেডাৰৰ আটাইতকৈ কম বয়সীয়া IPS বিষয়া। যিয়ে প্ৰথম প্ৰচেষ্টাত ২৫ বছৰ বয়সত ২০১২ চনত UPSC পৰীক্ষাত ক্লিয়াৰ কৰিছিল। মেৰিয়ানে দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। পিতৃ কৃষি মন্ত্ৰালয়ৰ জ্যেষ্ঠ উপদেষ্টা আৰু মাতৃ অৰ্থনীতিৰ অধ্যাপিকা।

Marine Joseph


জি-২০ দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক আনুষ্ঠানিক অনুষ্ঠান ৱাই-২০ সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিবলৈ মেৰিনক নিৰ্বাচিত কৰা হৈছিল। ২০১৫ চনত তেওঁ ক্ৰ’মিয়াম আব্ৰাহাম নামৰ এজন মনোৰোগ বিশেষজ্ঞৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

IPS Najot Chhimi

IPS Navjot Simi


বিহাৰ কেডাৰৰ ২০১৭ বেচৰ আই পি এছ বিষয়া ছিমি নৱজোত। চিমিৰ ঘৰ পঞ্জাৱৰ গুৰদাসপুৰত। ১৯৮৭ চনৰ ডিচেম্বৰ মাহত জন্মগ্ৰহণ কৰিছিল। ছিমিৰ ষ্টাইল আৰু লুকৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈয়েই আছে।

কাঞ্চন চৌধুৰী ভট্টাচাৰ্য

হিমাচল প্ৰদেশৰ কাঞ্চন চৌধুৰী ভট্টাচাৰ্য ১৯৭৩ চনৰ পৰা ২০০৭ চনলৈ আই পি এছ বিষয়া আছিল। কাঞ্চনৰ ডিজিপি হোৱা প্ৰথমজন আই পি এছ বিষয়া আছিল তেওঁ। নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কাঞ্চন চৌধুৰী ভট্টাচাৰ্যই ৰাষ্ট্ৰপতি পদক আৰু অসাধাৰণ কৃতিত্বৰ বাবে ৰাজীৱ গান্ধী বঁটাও লাভ কৰে। শেহতীয়াকৈ হৰিদ্বাৰত ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ আপত যোগদান কৰে কাঞ্চনে।

আমাৰ এই লেখাবোৰ ভাল লাগিলে Times Guwahati পেজটো Like  আৰু Follow কৰি দিব । যাতে দিনটোৰ ১০০ টা বাতৰি আগতিয়াকৈ পায় : Like কৰিবলৈ অনুগ্ৰহ কৰি তলত Click কৰিব www.facebook.com/Timesguwahatinews / https://twitter.com/times_guwahati

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.