আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , দৈনিক ৰাশিফল Daily horoscope 2 may 2022

 

আপোনাৰ আজিৰ  দিনটোৰ ৰাশিফল । দৈনিক ৰাশিফল

Daily horoscope 2 May :-  
আজি ১৮ বহাগ , সোম বাৰ (ইং ২০২২ চনৰ ২ মে)

জন্মত - বৃষ ৰাশি

নক্ষত্র - কৃত্তিকা , ৰাতি ঘন্টা ১১|৩|১৬ লৈ

তিথি - শুক্লা দ্বিতীয়া , শেষ ৰাতি ঘন্টা ৩|২৩|৬ লৈ

মৰণত দোষ - ত্রিপদ , ৰাতি ঘন্টা ১১|৩|১৬ যোৱাত এপদ আৰু শেষ ৰাতি ঘন্টা ৩|২৩|৬ যোৱাত নাই

ভক্ষ্যাভক্ষ্য - তিতাভেকুৰী আৰু পটল খোৱা নিষেধ

কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা মতে আগবঢ়ালো "দৈনিক ৰাশিফল"

মেষ - আনন্দ লাভ

বৃষ - নতুন যোগাযোগ

মিথুন - দায়িত্ব বৃদ্ধি

কৰ্কট - কৰ্মত সুনাম

সিংহ - হতাশা

কন্যা - ব্যস্ততা

তুলা - মনোকষ্ট

বৃশ্চিক - সুখ লাভ

ধনু - কৰ্ম সুখ লাভ

মকৰ - প্ৰীতি লাভ

কুম্ভ - আত্মীয় লাভ

মীন - কৰ্ম পৰিৱৰ্তন

 ৰাইজৰ সেৱাত - শশাঙ্ক ভৰদ্বাজ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.