এখন বিয়াত দৰা-কইনাক নিমন্ত্ৰিত অতিথিয়ে উপহাৰ হিচাপে দিলে ১ লিটাৰ পেট্ৰল আৰু ১ লিটাৰ ডিজেল।

A newly married couple was gifted bottles of petrol and diesel by their friends in Cheyyur village

A newly married couple was gifted bottles of petrol and diesel by their friends in Cheyyur village

পেট্ৰল-ডিজেলৰ ব্যাপক মূল্যবৃদ্ধিক লৈ সমগ্ৰ দেশত প্ৰতিদিনে অব্যাহত আছে প্ৰতিবাদ। কিন্তু শেহতীয়াকৈ তামিলনাডুক সংঘটিত হল আন এক আমোদজনক ঘটনা। এখন বিয়াত দৰা-কইনাক নিমন্ত্ৰিত অতিথিয়ে উপহাৰ হিচাপে দিলে ১ লিটাৰ পেট্ৰল আৰু ১ লিটাৰ ডিজেল। তামিলনাডুৰ চিয়েওৰ এই বিবাহ অনুষ্ঠিত হৈ আছিল। উল্লেখ্য যে, তামিলনাডুত বৰ্তমান ১ লিটাৰ পেট্ৰলৰ দাম ১১০টকা আৰু ডিজেলৰ দাম ১০০.৯৪টকা।

Tamil Nadu | A newly married couple was gifted bottles of petrol and diesel by their friends in Cheyyur village of Chengalpattu district. The prices of petrol and diesel are Rs 110.85 and Rs 100.94 per litre in the state.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.