বিয়াৰ পিছতেই পত্নীৰ ভাইৰেল হ'ল পৰ্ন ভিডিঅ'
কলে লাগে লেঠা : বোৱাৰী , আজিকালিৰ বোৱাৰী, So sorry একাংশ বোৱাৰীৰ আজিকালি হৈছে কি ? প্ৰথমে বিবাহ তাৰ পিছত পৰপুৰুষ , নাইবা দেহ ব্যৱসায় (Extra Income source) Job apply কৰাটো নহয় মুুল উদ্দেশ্য সুখ আৰু উপাৰ্জন আৰু বহু পুৰুষক জালত পেলোৱাৰ এক নতুন কৌশল । হৰিনাৰ মাংসই বৈৰী হোৱাৰ দৰে মহিলাৰ শৰীৰো যেন বৈৰি হৈছে পুৰুষৰ বাবে । আৰু তাৰেই সুবিধা লৈছে একাংশ নাৰী । ক্ৰমাৎ যেন সলনি হৈছে সমাজ ব্যৱস্থা , বৃদ্ধি পাইছে বেইশালয় নাইবা নিজ ঘৰতে দেহ ব্যৱসায় । শৰীৰৰ লগত ভোগ বিলাসীতা যেন এক খেলৰ দৰেহে । দৈহিক পবিত্ৰতা ক্ৰমাৎ হেৰাই গেছে এইখন অসমত ।
নাৰীৰ শিৰৰ সেন্দুৰৰ মুল্য কিমান বহু নাৰীয়ে বুজি পালেও একাংশৰ বাবে সেয়া মাত্ৰ ফাগুণৰ ফাকুৱাৰ দৰে । কম বয়সতে বিবাহ পাশত আৱদ্ধ হৈয়ো বহু নাৰীয়ে বুজি নাপায় নিজৰ স্বকীয়তা । ঠিক তেনে পৰকীয়া প্ৰেমে জীৱন ধ্বংস কৰিছে বহুতৰে । তামুলনাডুৰ পেপাৰ কোম্পানিত কৰ্মৰত এজন যুৱকৰ লগতো ঘটিল তেনে কাণ্ড । নগাওঁ জিলাৰ ৰহাৰ এজন যুৱক নাম মনি (অভিযোগ কৰ্তা) বিবাহ পাশত আৱদ্ধ হৈছিল ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত । প্ৰথম ৭ বছৰ ভাল দৰেই গৈছিল দুয়োৰে জীৱন ।
সম্পৰ্ক ৰাখিছিল বহু যুৱকৰ লগত । পিছত ধৰা পৰাত আৰক্ষীৰ হতোৱাই ধৰিছিল যুৱতী গৰাকীক। লাজত থাকিব নোৱাৰি মনি বৰাৰ প্ৰথমা পত্নী পলাই গ'ল বিহাৰৰ এজন পুৰুষৰ লগত । প্ৰথমা পত্নীৰ এগৰাকী কন্যা সন্তানো আছিল । কন্যা সন্তানক লগত লৈ মনি বৰাই দুখে বেজাৰে কৰি গৈছিল নিজ কৰ্ম । পিছত গাৱঁৰ ৰাইজৰ হেচাত মনিয়ে সুলশালীয়েক ডিম্পীক বিয়া কৰাইছিল । বিয়াৰ পিছতেই মনিয়ে কৰ্মত গুচি যোৱাত পুনৰ একেই প্ৰতাৰণা । ধৰা পৰিল ভনিয়েকৰো কুকৰ্ম । ভাইৰেল হ'ল পুৰনা আপত্তিজনক ভিডিঅ' ।
ছোৱালীৰ ঘৰ মৰিগাওঁ জিলাৰ জাগিৰোড আমকাটাত । দেহ ব্যৱসায় যে পেচা হিচাপে লৈ আছিল দুই বাই ভনিয়েকে সেই কথা চৰ্চালৈ আহিল ছচিয়েল মেডিয়াত । মনি বৰাৰ ২য় পত্নী ডিম্পী দাসে চলোৱা সমগ্ৰ কু কাণ্ডৰ চিকাৰ হৈছে এতি মনি বৰা । কেতিয়া সুমতি আহিব এনে নাৰীৰ । সময় থাকোতেই সাৱধান হওক পিতৃ মাতৃ । আপোনাৰ সন্তানে কি কৰিছে এবাৰ নজৰ ৰাখক । শিক্ষাৰ নামত বাহিৰলৈ উলাই গৈ কি কৰিছে সেয়া খবৰ ৰাখক । ভুল পথেৰে যদি গৈছে শুধৰাবলৈ যত্ন কৰক । এনে বহু ঘটনা এতিয়া অসমৰ চুকে কুনে বিদ্ৰমান । সাৱধান থাকক , সতৰ্ক থাকক, আৰু নাৰী দেহ ব্যৱসায়ৰ পৰা দুৰতে বিদুৰ হওক ।