আপুনি কৰবালৈ উলাই গলে বাইক, গাড়ী লৈ যায় । আৰু বাইক বা আপনাৰ চাৰি চকীয়াখনত petrol ভৰাই । কিন্তু আপুনি জানেনে আপুনি খৰচ কৰা ধনৰ বিনিময়ত আপুনি কিবা এটা ঘুৰাই পায় । হয় আপুনি petrol ভৰালে প্ৰতিবাৰে redeem code পায় । কিন্তু বহুতে এই বিষয়ে আজিলৈ নাজানে । এতিয়াৰে পৰা আপুনি এৰি থৈ নাহিব ।
প্ৰতি ১০০০ টকাত আপুনি redeem point পায় ১০ ৰ পৰা ৩০ point ।
এই point আকৌ সকলোৱে নাপায় ,
How to get the free petrol and redeem points
- Register your mobile number at petrol pump.
- Then buy petrol as you like.
- after that, you got an SMS on your mobile.
- when you got 1000 (total ) points you can get 300 rupees free petrol
১০০০ পইন্টচ যেতিয়া হ’ব তেতিয়া আপুনি বিনামুলীয়াকৈ ৩০০ টকাৰ পেট্ৰল পাব । কিন্তু ইয়াৰ বাবে আপোনাৰ নম্বৰটো petrol ডিপুত register গৈ কৰিব লাগিব । ইয়াৰ উপৰি আপোনাৰ যদি Credit card আছে আপুনি সেইখন ব্যৱহাৰ কৰিও এই লাভ সহজেই উঠাব পাৰে । Credit card থাকিলে মবাইল নম্বৰৰ প্ৰয়োজন নাই ।
যদি আপুনি Google pay, BHIM-UPI বা PAYTM ব্যৱহাৰ কৰে তেন্তে তাৰ সহায়তো আপুনি এই সুবিধা লব পাৰে ।
Steps for customers to avail offer:
- Buy fuel from Indian Oil Retail Outlets and pay through BHIM-UPI i.e. BHIM SBI Pay app. The minimum transaction value, however, should be Rs 100.
- Send SMS in a specified format to 9222222084: (UPI Reference No. (12-Digit)) [DDMM]
- [UPI Reference No. (12-Digit)] [DDMM]
- SMS Charges - Normal SMS charges apply.
পইন্ট বেছি হলে মেছেজটো আপুনি petrol pump ৰ মালিক বা তেল বিক্ৰেতা জনক দেখাওক আৰু free petrol লাভ কৰক ।
*এই আচনি সকলো petrol pump ত প্ৰযোজ্য নহয় ।
Report
ReplyDelete