শোকাৱহ ঘটনাঃ নিয়ন্ত্ৰণহীন গাড়ী নদীত পৰি মহিলা আৰু শিশুসহ পাঁচজন লোকৰ মৃত্যু

 শোকাৱহ ঘটনাঃ নিয়ন্ত্ৰণহীন গাড়ী নদীত পৰি মহিলা আৰু শিশুসহ পাঁচজন লোকৰ মৃত্যু

five killed in dhanbad as car plunges into river at high speed

five-killed-in-dhanbad-as-car-plunges-into-river-at-high-speed

বাতৰি অনুসৰি, সোমবাৰে নিশা ৰাঁচীৰ পৰা ধনবাদলৈ এখন গাড়ী গৈ আছিল যেতিয়া চালকজনে ভাৰসাম্য হেৰুৱাই ছিল আৰু দ্ৰুত গতিত গাড়ীখন নদীত পৰি গৈছিল।

ঝাৰখণ্ডত ধনবাদত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। এখন দ্ৰুতবেগী গাড়ী নদীত পৰি পাঁচজন লোকৰ মৃত্যু হৈছিল। মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছিল। বাতৰি অনুসৰি, সোমবাৰে নিশা ৰাঁচীৰ পৰা ধনবাদলৈ এখন গাড়ী গৈ আছিল , গৈ থকা অৱস্থাত চালকজনে ভাৰসাম্য হেৰুৱাইছিল আৰু দ্ৰুত গতিত গাড়ীখন নদীত পৰি গৈছিল। বৰ্তমান, আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত মৃতদেহবোৰ উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.