এতিয়াৰ পৰা আৰু আপুনি ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ উলিয়াবলৈ গৈ ডি টি অ’ কাৰ্যালয়ত বোন্দাপৰ দিব নালাগে

Apply driving licence

এতিয়াৰ পৰা আৰু আপুনি ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ উলিয়াবলৈ গৈ ডি টি অ’ কাৰ্যালয়ত বোন্দাপৰ দিব নালাগে। আপুনি ঘৰত বহি বহিয়েই এতিয়া লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেঞ্চ। হয়, অসম চৰকাৰৰ পৰিবহন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । যদি কোনো দালালে আপোনাক এই driving licence খন উলিয়াই লোৱাৰ নামত অতিৰিক্ত ধন লয় তেন্তে আপুনি Complain কৰিব পাৰিব । এতিয়াৰে পৰা আপুনি অনলাইনত কোনো অসুবিধা আৰু কোনো দালালৰ সহায় নোলোৱাকৈ আপুনি Driving licence খন উলিয়াব পাৰিব । ইয়াৰ বাবে লাগিব কেৱল আপোনাৰ পৰিচয় পত্ৰ । এই পৰিচয় পত্ৰৰ ভিতৰত দিয়া হৈছে কেৱল Aadhar card । ইয়াৰ জ্বড়িয়তে আপুনি একেদিনাই driving licence খন পাব পাৰিব । ইয়াৰ লগতে আপুনি driving licence বা duplicate driving licence পোৱাৰ ক্ষেত্ৰতো একেই নিয়ম লাগু কৰিছে চৰকাৰে । ইয়াৰ লগে লগে আপুনি যদি লগত নিবলৈ পাহৰে তেন্তে মবাইল ফটো বা Digilocker ৰ ত Save ৰাখিব পাৰে । আৰক্ষীয়ে সেই Digilocker ত চাই আপোনালোক Verify কৰিব । 

Driving licence ৰ অনলাইন হোৱাৰ লগে লগেই আপোনালোকৰ বাবে অন্য সুখবৰ এই যে : HSLC & HS ৰ সকলো certificate আৰু marksheet অনলাইন অতিশিঘ্ৰেই উপলব্ধ হ'ব । এই মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sharma ই । সতৰ্ক থাকক সাৱধান থাকি সকলো কাম কৰক । 

Apply for driving licence Now


By Himanta Biswa sharma :- Glad to launch online contactless DL renewal & duplicate DL services that'll save a lot of precious time of citizens who earlier had to make rounds of DTOs for the purpose It also shows our Govt's resolve to provide easy access to all such services with the help of technology. For us, governance is not about advertisement but a way to serve the people selflessly. We intend to move towards complete automation of a lot of Govt services by 2022 to relieve our law abiding citizens from the hassles faced by them so far.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.