অষ্ট্ৰেলিয়ালৈ গলে আপুনি ভৰিব লাগিব 50 লাখ পৰ্যন্ত জৰিমনা তাৰ লগতে 5 বছৰ কাৰাবাস | if you go to australia than penalty 50 lakh

 অষ্ট্ৰেলিয়ালৈ গলে আপুনি ভৰিব লাগিব 50 লাখ পৰ্যন্ত জৰিমনা তাৰ লগতে 5 বছৰ কাৰাবাস !

অষ্ট্ৰেলিয়ালৈ গলে আপুনি ভৰিব লাগিব 50 লাখ পৰ্যন্ত জৰিমনা তাৰ লগতে 5 বছৰ কাৰাবাস

বিদেশ ভ্ৰমণৰ আশা আমি সকলোৱে পুহি ৰাখো | জীৱনত এবৰ হলেও বিদেশ ভ্ৰমণ কৰি সদায় ফটোট দেখা ঠাই বিলাক চ চক্ষুৰে  উপভোগ কৰিব বিচাৰো !

 আপোনালোকে বাৰু সদ্যহতে এনে কোনো ভ্ৰমণৰ যো- যা কৰিছে নেকি? অষ্টেলিয়া যোৱাৰ মন কৰিছে নেকি ? যদি কৰিছে চাওক আমাৰ প্ৰতিবেদন !

   বিশ্ব ত্ৰাস ক'ৰনাৰ বৰ্ধিত সংক্ৰমনৰ ফলতেই  অষ্ট্ৰেলিয়া চৰকাৰে ভাৰতৰ সৈতে যাতায়ত বন্ধ কৰিছিল  ! ভাৰতৰ পৰা যাব অষ্ট্ৰেলিয়া অভিমুখে লগীয়া সকলো বিমান 14 মে' তাৰিখ লৈকে বাতিল কৰিছিল অষ্ট্ৰেলিয়া চৰকাৰে, ইয়াৰ কাৰণ ভাৰতত দৈনিক ভয়ানক ভাৱে বৃদ্ধি পোৱা কৰোনাৰ   সংক্ৰমণ ! কিন্তু এতিয়া অষ্ট্ৰেলিয়াৰ পৰা আহিছে আন এক ডাঙৰ খৱৰ ! অষ্ট্ৰেলিয়া চৰকাৰ কঠোৰ হৈছে কৰোনাৰ সংক্ৰমণ ৰোধৰ ব্যৱস্থাত ! অষ্ট্ৰেলিয়াৰ স্বাস্থ্যমন্ত্ৰী Greg Hunt য়ে জাৰি কৰিছে কঠোৰ পদক্ষেপ ! এতিয়াৰ পৰা যদি কোনো লোক ভাৰতৰ পৰা অষ্ট্ৰেলিয়া যায়,অষ্ট্ৰেলিয়াৰ পৰা কোনো লোক ভাৰত আহে তেওঁ ভৰিব লাগিব 50 লাখ টকা আৰু হ'ব পাৰে 4-5 বছৰ  পৰ্যন্ত কাৰাদণ্ড !

 চৰকাৰৰ এই সিদ্ধান্তৰ পিছৰ পৰাই বিশ্বজুৰি অষ্ট্ৰেলিয়া চৰকাৰক সকলোৱে একমুখে নিন্দা কৰিছে ! যিহেতু অষ্টেলিয়া ই নিজকে কৰোনামুক্ত দেশ হিচাপে ঘোষনা কৰিছে গতিকে ভাৰতৰ বৰ্ধিত  কৰোনাৰ সংক্ৰমণৰ বাবেই চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে ! 

 তথ্য মতে ভাৰতত প্ৰায় 9000 অষ্ট্ৰেলিয়া নিবাসী উপস্থিত আছে তাৰ মাজত আছে IPL  ৰ বহু কেইজন খেলুৱৈ | তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যাতে তেওঁলোকক যাবলৈ অনুমতি প্ৰদানকৰে ,যদিও তাৰ চৰকাৰে অনুমতি প্ৰদানৰ পৰা বিৰত আছে !

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.