এটকীয়া মুদ্ৰাৰে কোটিপতি হোৱাৰ সুযোগ দিব আপোনাক : How to Sell old coin in Online

 

sell old note one rupees note in assam

এটকীয়া মুদ্ৰাৰে কোটিপতি হোৱাৰ সুযোগ দিব আপোনাক

ধনী হোৱাৰ সপোন সকলোৱে দেখে।কিন্তু এই সপোন যদি অতি কম সময়ৰ ভিতৰত পূৰণ হয় তেন্তে সোণত সুৱগা ৰ দৰে হয়।আপোনালোকে হয়টো এনে বহু বাতৰি শুনিছে যি অতি কম সময়ৰ ভিতৰতে ধনী হোৱাৰ পথ দেখুৱাই।আজি আমি আপোনালোকক এনে এক বাতৰি দিব উলাইছো যিটো শুনিলে আপোনা লোকৰ কপাল ফুলিব পাৰে। হয়,সেইটো হৈছে এটা প্ৰাচীন মুদ্ৰা, যিটো মুদ্ৰাই আপোনা লোকক কোটি টকাৰ অধিকাৰী কৰি তুলিব পাৰে।

এই মুদ্ৰা টো হৈছে এটা এটকীয়া মুদ্ৰা।যদি  আপোনা লোকৰ হাতত এই এটকীয়া মুদ্ৰা টো আছে তেন্তে আপুনি ও হৈ পৰিব ১০কোটি টকাৰ মালিক।শুনিবলৈ আচৰিত যেন লাগিলেও বা অবিশ্বাস্য হলেও এই মুদ্ৰা টোৰ এক বৈশিষ্ট আছে।ই কোনো সামান্য মুদ্ৰা নহয়। এই এটকীয়া মুদ্ৰা টো ব্ৰিটিছ যুগত অৰ্থাৎ১৮৮৫(1885)চনত ছপা কৰা হৈছিল।যদি আপোনলোকৰ হাতত এই মুদ্ৰা টো আছে তেনেহলে আপোনালোকে এই মুদ্ৰা ৰ বিনিময় ত ৯কোটি৯৯ লাখৰ পৰা ১০কোটি টকা পৰ্য্যন্ত উপাৰ্জন কৰাৰ সুযোগ লাভ কৰিব পৰিব।আপোন লোকৰ এই মুদ্ৰা টো ইণ্টাৰনেটৰ জৰিয়তে নিলামত দিব পৰিব।তাৰবাবে আপোনালক'OLX' ত যাব,যত পুৰণি বস্তু কিনা - বেচা কৰিব পাৰিব।তাত এটা আপোনা লোকৰ নামত একাউণ্ট খুলি লগ ইন আই ডি (Login ID)বনাব আৰু কিছুমান তথ্য অনতৰ্ভূক্ত কৰিব লাগিব। ইয়াৰোপৰি ইণ্ডিয়া মাৰ্ত ডট কম(India Mart.com)ত গৈয়ো পুৰণি মুদ্ৰা বিক্ৰী কৰিব পাৰিব।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.