Zoom ত videocall কৰি থকা সময়ত পত্নীয়ে চুম্বন কৰা ভিডিঅ' ভাইৰেল হ'ল Social Media ত
Company ৰ আলোচনাত এগৰাকী মহিলাই zoom call কৰি থকা মুহুত্বতে তেওঁ গিৰিয়েকক চুমা খাবলৈ আহিছিল তেনে ক্ষেত্ৰতেই ভাইৰেল হ'ল ভিডিঅ' । Harsh Goenka ই tweeter ত দিয়া এইয়া ভিডিঅ' ৰ screenshots
আজিৰ তাৰিখত memes internet ত সহজতেই Viral হব ধৰে । উদ্যোগপতি Harsh Goenka ই ইয়াক memes আকাৰত প্ৰচাৰ কৰি "Zoom calling funny" বুলি ভিডিঅ' ভাইৰেল কৰিছে । Video এক ব্যক্তি zoom call meeting ৰ সময়ত বিভিন্ন বিষয়ত বাৰ্তালাপত ব্যস্ত আছিল । সেই সময়তেই তেওঁৰ পত্নী কেমেৰাৰ সন্মোখত আহিয়েই গিৰিয়েকক সাবতি ধৰি চুমা খাবলৈ চেষ্টা কৰিছিল কিন্তু লগে লগে গিৰিয়েকে না কৰাত কেমেৰাৰ পৰা মুখ লুকুৱাবলৈ চেষ্টা কৰিছিল মহিলাগৰাকীয়ে ।
tweeter ত Viral হোৱা post টো এইটো চাওক
Zoom call .....so funny 😄 😄😄pic.twitter.com/6SV62xukMN
— Harsh Goenka (@hvgoenka) February 19, 2021